Meghalaya Quit Congress :
চুবুৰীয়া ৰাজ্য মেঘালয়ত বিগত সপ্তাহত দুজনকৈ শাসনাধিষ্ঠ এন পি পি ,এজনকৈ তৃণমূল কংগ্ৰেছ আৰু নিৰ্দলীয় বিধায়কে দলত্যাগ কৰাৰ পাছতে আজি কংগ্ৰেছত ঘটিল গৰাখহনীয়া ৷
কংগ্ৰেছ ত্যাগ পূব শ্বিলং সমষ্টিৰ বিধায়িকা ড:এম এ লিংড’ৰ ৷ এ আই চি চিৰ সভাপতিলৈ ইতিমধ্যে ই- মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিধায়িকা গৰাকীয়ে ৷