Physically Handicapped Association Protest : জনতা ভৱনৰ সন্মুখত দিব্যাংগ মঞ্চৰ উত্তাল প্ৰতিবাদ

0f1c5f52 eede 4c1a b966 8f3048246e77

Physically Handicapped Association Protest :

জনতা বিভিন্ন দাবীৰ সমৰ্থনত সোমবাৰে জনতা ভৱনৰ সন্মুখত দিব্যাংগ মঞ্চৰ উত্তাল প্ৰতিবাদ

দিব্যাংগ সকলক দীনদয়াল পেঞ্চন ১০০০ ৰ পৰা ৩০০০ কৰা অৰণোদয়ৰ লগত দিব্যাংগ পেঞ্চনক সংযোগ বাতিল কৰা আদি কেতবোৰ দাবীত দিব্যাংগ মঞ্চ অসমৰ শতাধিক কৰ্মীয়ে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

পাছত ধৰ্ণাস্হলীত দিছপুৰ আৰক্ষীৰ এ এছ পি হিমাংশু দাস উপস্থিত হৈ প্ৰতিবাদকাৰী বুজাই বঢ়াই আন্দোলন কাৰ্যসূচী সম্পন্ন কৰায় ৷লগতে প্ৰতিবাদকাৰী সংগঠনটোৰ পৰা গ্ৰহণ কৰে এখন স্মাৰক পত্ৰ ৷

Exit mobile version