Assam Primary School Teachers Association : প্ৰাথমিক বিদ্যালয় শিক্ষক সন্মিলনীৰ হুংকাৰ

দাবী পূৰণ নকৰাৰ বাবে গুণোৎসৱত সহযোগ নকৰাৰ সিদ্ধান্ত

WhatsApp Image 2022 12 21 at 17.31.14

Assam Primary School Teachers Association :

দাবী পূৰণ নকৰাৰ বাবে পুনৰ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ

প্ৰথম পৰ্যায়ত বিদ্যালয়ত ওলমিব তলা ৷ একেদৰে দ্বিতীয় পৰ্যায়ত সমাগত গুণোৎসৱ চলা দিনকেইটাত বিদ্যালয়ত ওলমিব তলা ৷

আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত শিক্ষক সংগঠনটোৰ নেতৃবৰ্গই উল্লেখ কৰে যে, ৩৯ বাৰকৈ চৰকাৰৰে আলোচনা কৰাৰ পাছতো সমস্যা সমাধান নকৰাৰ অভিযোগ কৰে ৷

Exit mobile version