Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Teacher punishment : শিক্ষকৰ নিৰ্মম প্রহাৰত ঢলি পৰিল দ্বিতীয় শ্রেণীৰ ছাত্ৰ

publisher by publisher
December 20, 2022
in Assam, India, News
Reading Time: 1 min read
0
Teacher punishment : শিক্ষকৰ নিৰ্মম প্রহাৰত ঢলি পৰিল দ্বিতীয় শ্রেণীৰ ছাত্ৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Cachar:কাছাৰৰ লক্ষীপুৰত অসম ৰাইফলছৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট

Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

Teacher punishment :

শিক্ষকৰ নিৰ্মম প্রহাৰত আঘাতপ্ৰাপ্ত হ’ল এজন ছাত্ৰ । শিক্ষকৰ এনে কাণ্ডত ক্ষুব্ধ হৈছে ছাত্ৰজনৰ অভিভাৱকে আৰক্ষীক গোচৰ ৰুজু কৰিছে ।

ADVERTISEMENT

ঘটনাটো সংঘটিত হৈছে শনিবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তর্গত ১২৮২ নম্বৰ তলেনগ্রাম নিম্ন প্রাথমিক বিদ্যালয়ত ।

প্ৰাপ্ত তথ্য অনুসৰি, ইংৰাজীত ব্রাছ বানান লিখিব নোৱাৰাত বিদ্যালয়ৰ প্রধান শিক্ষক দিব্যজ্যোতি দত্ত‌ই দ্বিতীয় শ্রেণীৰ ছাত্ৰ আইয়ুবক নিৰ্মমভাৱে এচাৰিৰে কোব সোধায় ।

এচাৰিৰ কোব খাই মাত্র চাৰে সাত বছৰীয়া আইয়ুব মাটিত ঢলি পৰে । বিদ্যালয়ৰ পৰা কোনো মতে তাক ঘৰলৈ লৈ যোৱা হয় ।

আইয়ুবৰ ঘৰ বিদ্যালয়ৰ কাষতেই । আইয়ুবৰ এনে অৱস্থা দেখি তাৰ মাতৃ আৰু আত্মীয়সকল হতভম্ব হৈ পৰে । লগে লগে আয়ুবৰ পিতৃ আলা উদ্দিনক ফোনত বিষয়টো জনোৱা হয় ।

আলা উদ্দিনে ততাতৈয়াকৈ ঘৰত আহি তেওঁৰ পুত্ৰক লক্ষীপুৰ বিপিএইচচিত চিকিৎসাৰ বাবে লৈ যায় । শিশুৰ শৰীৰত এচাৰিৰ আঘাত স্পষ্ট পৰিলক্ষিত হয় ।

প্রাথমিক চিকিৎসাৰ পাছত আলা উদ্দিনে পুত্ৰ আইয়ুবক লৈ লক্ষীপুৰ থানাত আহি এটা লিখিত এজাহাৰ দাখিল কৰে । লক্ষীপুৰ আৰক্ষীয়ে ২৬০/২২ নম্বৰত গোচৰ নথিভুক্ত কৰি তদন্ত আৰম্ভ কৰে ।

শিক্ষকৰ প্রহাৰত ছাত্ৰজনৰ মূৰ ফাটি যায় । ইপিনে, বিষয়টো নিজৰ মাজত মিমাংসা কৰিবৰ বাবে বিভাগীয় কর্তৃপক্ষ‌ই বিদ্যলয় পৰিচালনা সমিতিৰ একাংশ সদস্য আৰু শিক্ষক দিব্যজ্যোতি দত্ত‌ই আইয়ুবৰ ঘৰত গৈ সন্ধিয়া অনুৰোধ কৰে আৰু ভৱিষ্যতে এই ধৰণৰ ঘটনা পুনৰ সংঘটিত নোহোৱাৰ প্রতিশ্রুতি দিয়ে ।

কিন্তু আয়ুবৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে অভিভাৱকসহ গাঁওবাসী বুজাপৰাত সন্মত নহয় । আইয়ুবৰ অভিভাৱকসহ পৰিয়ালৰ সদস্যসকলে শিক্ষকৰ এই অমানৱীয় কাণ্ডক তীব্র গৰিহণা দিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LakhipurStudentTeacher Punishment
publisher

publisher

Related Posts

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d