Winter Session Of Assam Assembly : আজি অসমবিধান সভাৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিন

Winter session of Assam Legislative Assembly to start from Dec 20

Winter Session Of Assam Assembly :

অসমবিধান সভাৰ শীতকালীন আৱেদনৰ দ্বিতীয় দিনা সদনৰ মজিয়াত উত্থাপন হ’ব ১৫ খনকৈ বিল ।

বটদ্ৰৱা উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ।

সত্ৰৰ ভূমিৰ পৰা সকলোকে আঁতৰি যাবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান।

গোৱালপাৰাত হ’ব ডাঙৰ উচ্ছেদ।

বনবিভাগৰ বহু ভূমিত অবৈধ দখল হৈ আছে ।

উচ্ছেদক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি

মিছন বসুন্ধৰা আঁচনি ২য় ‘ ৰ সময়সীমা বৃদ্ধি।

৩১ মাৰ্চলৈ বৃদ্ধি ‘মিছন বসুন্ধৰা ২য় ‘ ৰ আৱেদনৰ সময়সীমা

Exit mobile version