Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Biswa Sarma: ভিডিঅ কনফাৰেন্স যোগে উপায়ুক্ত- এছ পিৰে বৈঠক মুখ্যমন্ত্ৰীৰ

পথ সুৰক্ষা আইন বলৱৎ, অৰুণোদয় ২.০ৰ অধীনত হিতাধিকাৰী নিৰ্বাচন, অমৃত সৰোবৰ প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত আলোচনা

publisher by publisher
December 19, 2022
in India, Assam, News
Reading Time: 2 mins read
0
Cm Himanta Biswa Sarma: ভিডিঅ কনফাৰেন্স যোগে উপায়ুক্ত- এছ পিৰে বৈঠক মুখ্যমন্ত্ৰীৰ
1
SHARES
7
VIEWS
ShareShareShareShare

Cm Himanta Biswa Sarma:

সোমবাৰে জনতা ভৱনত ভিডিঅ’ কনফাৰেন্সযোগে জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলৰ সৈতে পথ সুৰক্ষা আইন বলৱৎ, অৰুণোদয় ২.০ৰ অধীনত হিতাধিকাৰী নিৰ্বাচন, অমৃত সৰোবৰ প্ৰকল্প ৰূপায়ণ আৰু ধান ক্ৰয়ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিস্তৃত পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ৷

ADVERTISEMENT

WhatsApp Image 2022 12 19 at 18.16.34বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত বাইক ষ্টাণ্ট, তীব্ৰ গতি পৰিহাৰ আৰু মদ্যপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথত টহল তীব্ৰতৰ কৰি তোলাকে ধৰি পথ সুৰক্ষা ব্যৱস্থা বলৱৎ কৰাৰ বাবে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

RelatedPosts

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

BJP Releases Assam Poll Sankalp Patra:মহানগৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি

পথ দুৰ্ঘটনাৰ নিয়মীয়া পৰ্যালোচনাৰ লগতে নিয়মীয়াকৈ দুৰ্ঘটনা সংঘটিত হোৱা ঠাই চিনাক্ত কৰি এনে ঠাই জিলা পথ সুৰক্ষা সমিতিৰ দ্বাৰা পৰিদৰ্শন কৰি সংশোধনী ব্যৱস্থাৰ বাবে পদক্ষেপ লোৱাৰো পোষকতা কৰে৷।

বনভোজস্থলীত কঠোৰ সতৰ্কতাৰে মদ্যপান কৰি আৰু দ্ৰুতগতিত গাড়ী চলোৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশনা প্ৰদান কৰে। আবকাৰী বিভাগে বনভোজস্থলীত অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

লগতে ‘দুৰ্ঘটনামুক্ত নৱবৰ্ষ’ৰ বাবে অহা বছৰৰ এই সময়ছোৱাত দুৰ্ঘটনা ন্যূনতম ২০% হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

অৰুণোদয় ২.০ৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত উপায়ুক্তসকলক ১০ এপ্ৰিলৰ সময়সীমা নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে অমৃত সৰোবৰৰ ক্ষেত্ৰত ২,৯৮৫টা অমৃত সৰোবৰৰ খননৰ সময় নিৰ্ধাৰিতভাৱে সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক ক্ষিপ্ৰতাৰে বিতং প্ৰকল্প প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

একেদৰে ধান ক্ৰয় ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ ক্ষেত্ৰ হোৱাৰ বাবে ইতিমধ্যে ২০৯টা কেন্দ্ৰক অৱগত কৰা হৈছে আৰু আজিলৈকে ৯,৫৩৬ মেট্ৰিক টন ধান ক্ৰয় কৰি ১১৩টা কেন্দ্ৰ কাৰ্যক্ষম কৰি তোলা হৈছে ।

ক্ৰয় অভিযান তীব্ৰতৰ কৰিবলৈ, কৃষকসকলক সংগঠিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী ড:শৰ্মাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaDispurJanata BhawanVideo Conference
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d