Winter Session Of Assam Assembly :
অসমবিধান সভাৰ শীতকালীন আৱেদনৰ দ্বিতীয় দিনা সদনৰ মজিয়াত উত্থাপন হ’ব ১৫ খনকৈ বিল ।
বটদ্ৰৱা উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ।
সত্ৰৰ ভূমিৰ পৰা সকলোকে আঁতৰি যাবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান।
গোৱালপাৰাত হ’ব ডাঙৰ উচ্ছেদ।
বনবিভাগৰ বহু ভূমিত অবৈধ দখল হৈ আছে ।
উচ্ছেদক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি
মিছন বসুন্ধৰা আঁচনি ২য় ‘ ৰ সময়সীমা বৃদ্ধি।
৩১ মাৰ্চলৈ বৃদ্ধি ‘মিছন বসুন্ধৰা ২য় ‘ ৰ আৱেদনৰ সময়সীমা ।