Atc:অসম চাহ নিগমৰ চাহ বাগিচাসমূহৰ অংশীদাৰৰে মিলিত মুখ্যমন্ত্ৰী

WhatsApp Image 2022 12 22 at 21.07.43

Atc:

অসম চাহ নিগমৰ চাহ বাগিচাসমূহৰ অংশীদাৰ সকলৰ সৈতে আজি এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

বৈঠকত মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে কয়,চাহ উদ্যোগটোৰ সম্ভাব্য প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহৰ বিষয়৷ ৰাজ্য চৰকাৰে চাহ শ্ৰমিকসকলৰ অৰ্থনৈতিক সবলীকৰণৰ বাবে পৰ্যাপ্ত চৰকাৰী সঁহাৰি আগবঢ়াই অহাৰ লগতে চাহ বাগিচা সমূহৰ  পুনৰুজ্জীৱিতকৰণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।

বৈঠকত মন্ত্ৰী সঞ্জয় কিষাণ, অসম চাহ মজদুৰ সংঘৰ পৱন সিং ঘাটোৱাৰ, অসম চাহ নিগম লিমিটেডৰ অধ্যক্ষ ৰাজদীপ গোৱালা, অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰূপেশ গোৱালা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু অন্যান্যসকল উপস্থিত আছিল।

Exit mobile version