Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চাহ নিগমৰ ১৫ বাগিচা ব্যক্তিগত খণ্ডক গতাবলৈ সাজু অসম চৰকাৰ

publisher by publisher
April 19, 2022
in Assam, India, News
Reading Time: 1 min read
0
চাহ নিগমৰ ১৫ বাগিচা ব্যক্তিগত খণ্ডক গতাবলৈ সাজু অসম চৰকাৰ
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

অসম চাহ নিগম লিমিটেড (এটিচিএল)ৰ অধীনৰ ১৫খন বাগিচা এইবাৰ ব্যক্তিগত খণ্ডক হস্তান্তৰৰ প্ৰক্ৰিয়া চমু চপাই আনিছে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে । ইয়াৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ বিগত চৰকাৰেও বাগিচাকেইখন ব্যক্তিগত খণ্ডক লীজত দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল; কিন্তু লীজ প্ৰক্ৰিয়াটোত থকা বিসংগতি আৰু পাছলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে গা এৰা দিয়াৰ বাবে বিষয়টো অধিক আগনাবাঢ়িল; অৱশ্যে বৰ্তমানৰ চৰকাৰে বাগিচাকেইখন ব্যক্তিগত খণ্ডক হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তাৰ ফলতে সকলো প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে চৰকাৰ তথা উদ্যোগ আৰু বাণিজ্য বিভাগে ।

ADVERTISEMENT

দুৰ্বল পৰিচালনা, সমস্যাৰ প্ৰতি চৰকাৰে কাণসাৰ নিদিয়া, নিগমৰ ধনক লৈ ব্যাপক অনিয়ম সংঘটিত হোৱা আদি কাৰণত এসময়ৰ লাভজনক প্ৰতিখন বাগিচা সম্প্ৰতি ৰুগ্ন হৈ পৰিছে । লোকচানৰ ভৰত কোঙা হৈ পৰা বাগানসমূহত থকা ১৬ হেজাৰ শ্ৰমিকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে । এনে দুৰৱস্থাৰ বাবে ৰাজ্য চৰকাৰে শ্ৰমিকৰ মজুৰি, বিষয়া-কৰ্মচাৰীৰ দৰমহা ৫০ শতাংশ ধন বহন কৰি আহিছে । বাকী ৫০ শতাংশ যোগাৰ কৰাৰ দায়িত্ব এটিচিএলৰ । অৱশ্যে নিগমে সেই ৫০ শতাংশ‌ও নিয়মীয়াকৈ যোগাৰ কৰাত ব্যৰ্থ হৈছে । কাৰণ বাগিচাবোৰৰ নিজা উপাৰ্জন একেবাৰে কম ।

চাহ গছবোৰৰ সময়মতে আপদাল নকৰাত পাতৰ উৎপাদনো একেবাৰে কম । ফলত বাগিচাৰ নিজা উপাৰ্জনৰ পৰিমাণ কম । এই প্ৰসংগতে বিভাগীয় সূত্ৰ‌ই প্ৰকাশ কৰে যে চাহ গছবোৰৰ সময়মতে প্ৰয়োজনীয় আপদাল কৰিলেও বাগিচাবোৰৰ উপাৰ্জন বাঢ়িলেহেঁতেন; কিন্তু তাকে নকৰি বাগিছাবোৰক পূৰ্বৰ প্ৰতিখন চৰকাৰে উপেক্ষা কৰি আহিছে ।

বৰ্তমানৰ চৰকাৰখনেও বাগিছাবোৰক ব্যক্তিগত খণ্ডত হস্তান্তৰৰ বাবেহে তৎপৰতা আৰম্ভ কৰে । সেয়েহে লীজ প্ৰক্ৰিয়াত কোনো যাতে সুৰুঙা ৰৈ যাব নোৱাৰে, তাতে গুৰুত্ব আৰোপ কৰে । সূত্ৰটোৱে আনকি কয় যে চৰকাৰে লীজত দিয়াৰ পূৰ্বে ‘পাৰ্টি’ও বিচাৰিছে; অৰ্থাৎ পাৰ্টি আগতীয়াকৈ চূড়ান্ত কৰি এইবাৰ বাগিচাকেইখন হস্তান্তৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ হৈছে ।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ তথ্য অনুসৰি এটিচিএলে কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ পা‌ঁচশ কোটি টকা জমা দিবলৈ বাকী আছে । প্ৰয়োজনীয় পুঁজিৰ জোৰা মাৰিবলৈ অসম চৰকাৰৰ পৰাও নিগমে ইতিমধ্যে ছশ কোটিতকৈ অধিক টকাৰ ঋণ লৈছে । আনহাতে, অকল দৰমহা আৰু মজুৰিৰ বাবদ নিগমক বছৰি এশ কোটি টকাৰ প্ৰয়োজন হয় ।

ব্যক্তিগত খণ্ডক হস্তান্তৰৰ বাবে সাজু হোৱা এটিচিএলৰ বাগিচাকেইখন হ’ল – আমলখি, ভিজুভেলী, লংচং, ভোলাগুৰি, চিনামৰা, দৃষ্টিকোটা, নাগিনীজান, নেঘেৰেটিং, থেছামৰা, ৰঙামাটি, দীপলিং, ৰাজাবাৰী, লনখান, ইশ্বাভেল আৰু বিদ্যানগৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamATCLTea Estate
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d