Atc:
অসম চাহ নিগমৰ চাহ বাগিচাসমূহৰ অংশীদাৰ সকলৰ সৈতে আজি এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷
বৈঠকত মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে কয়,চাহ উদ্যোগটোৰ সম্ভাব্য প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহৰ বিষয়৷ ৰাজ্য চৰকাৰে চাহ শ্ৰমিকসকলৰ অৰ্থনৈতিক সবলীকৰণৰ বাবে পৰ্যাপ্ত চৰকাৰী সঁহাৰি আগবঢ়াই অহাৰ লগতে চাহ বাগিচা সমূহৰ পুনৰুজ্জীৱিতকৰণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।