Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Manoj Kr.Goswami : বিশিষ্ট সাংবাদিক-গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমী বঁটা

'ভুলসত্য 'গল্প সংকলনৰ বাবে এই বঁটা

publisher by publisher
December 22, 2022
in News, Assam
Reading Time: 1 min read
0
Manoj Kr.Goswami : বিশিষ্ট সাংবাদিক-গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমী বঁটা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Sahitya Akademi Award : কোকোৰাঝাৰৰ উত্তৰা বিছমূতিয়াৰীলৈ সাহিত্য অকাডেমী অনুবাদ বঁটা

Poet Sameer Tanti wins Sahitya Akademi Award:প্রথিতযশা কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা

ADVERTISEMENT

Manoj Kr.Goswami :

বছৰটো শেষ হোৱাৰ প্ৰাকক্ষণত ৰাজ্যৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে এগৰাকী জ্যেষ্ঠ সাংবাদিকে ৷ সংবাদ আৰু সাহিত্য জগতৰ বাবে সুপৰিচিত গল্পকাৰ – সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ ‘ভুলসত্য ‘গল্প সংকলনৰ বাবে আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী বঁটা ৷

 নগাঁও চহৰৰ মিলনপুৰত ১৯৬২ চনত জন্ম গ্ৰহণ গোস্বামীয়ে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা ১৯৭৭ ত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীৰ্ণৰ পাছত স্নাতক ডিগ্ৰী লাভ কৰে নগাঁও মহাবিদ্যালয়ৰ পৰা ৷

আনহাতে পদাৰ্থ বিজ্ঞান বিষয় লৈ স্নাতকোত্তৰ পঢ়িছিল গুৱাহাটী বিশ্ববিদ্যালয়ত ৷ ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন গল্প, কবিতা, নিবন্ধ আদি লিখা-মেলা কৰি অতি কম সময়ৰ ভিতৰতে পাঠক সমাজত জনপ্ৰিয় গল্পকাৰ হিচাপে পৰিচিত হৈ পৰে ৷

অসম আন্দোলনৰ পৰিসমাপ্তিৰ পাছত কিছুদিন নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত বিজ্ঞান শাখাত নিৰ্দেশক হিচাপে নিয়োজিত হৈছিল যদিও সেই বৃত্তি ত্যাগ কৰি সাংবাদিক পথাৰ খনত খোজ পেলায় ‘নতুন দৈনিক’ৰ জৰিয়তে ৷

কে’বাখনো কাকতত সংবাদসেৱা কৰি পৰৱৰ্তী সময়ত অধূনালুপ্ত ‘আজিৰ বাতৰি’কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে নিয়োজিত হয় ৷ গোস্বামী ‘আমাৰ অসম’ আৰু বৈদ্যুতিন মাধ্যম ডি ৱাই ৩৬৫ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

বৰ্তমান আমাৰ অসম আৰু এন কে টিভিৰ মুখ্য সম্পাদক ৰূপে কৰ্মৰত হৈ আছে ৷ অসমৰ ভিন্ন পৰিস্থিতিক লৈ গোস্বামীয়ে লিখা ছুটি গল্পৰ কেইবাখনো সংকলন ইতিমধ্যে প্ৰকাশ পাইছে ৷

কথা ‘ বঁটাৰে সন্মানিত হোৱা গল্পকাৰ মনোজ গোস্বামীয়ে সাহিত্য একাডেমী বঁটা পোৱাত বিভিন্নজনে জনাইছে বহু অভিনন্দন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manoj Kr.GoswamiSahitya Akademi Award
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d