Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sahitya Akademi Award : কোকোৰাঝাৰৰ উত্তৰা বিছমূতিয়াৰীলৈ সাহিত্য অকাডেমী অনুবাদ বঁটা

ৰাজ্যৰ তিনি গৰাকী সাহিত্যিকলৈ অনুবাদ বঁটা

publisher by publisher
March 7, 2025
in India
Reading Time: 1 min read
0
Sahitya Akademi Award : কোকোৰাঝাৰৰ উত্তৰা বিছমূতিয়াৰীলৈ সাহিত্য অকাডেমী অনুবাদ বঁটা
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Poet Sameer Tanti wins Sahitya Akademi Award:প্রথিতযশা কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা

Manoj Kr.Goswami : বিশিষ্ট সাংবাদিক-গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমী বঁটা

Sahitya Akademi Award : কোকোৰাঝাৰৰ উত্তৰা বিছমূতিয়াৰীলৈ সাহিত্য অকাডেমী অনুবাদ বঁটা

সাহিত্য অকাডেমীৰ অনুবাদ বঁটা ঘোষণা৷

ADVERTISEMENT

সাহিত্য অকাডেমীৰ অনুবাদ বঁটা ৰাজ্যৰ তিনি সাহিত্যিকলৈ

:সাহিত্য অকাডেমীৰ অনুবাদ বঁটা ঘোষণা ৷ ৰাজ্যৰ তিনি গৰাকী সাহিত্যিকলৈ অনুবাদ বঁটা ৷ কোকোৰাঝাৰৰ উত্তৰা বিছমূতিয়াৰীলৈ সাহিত্য অকাডেমী অনুবাদ বঁটা ৷ প্ৰথিতযশা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয় উপন্যাস ‘কাঞ্চন’ বড়ো ভাষালৈ অনুবাদ কৰিছিল বিছমূতিয়াৰীয়ে ৷ যাৰবাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হয় ৷

উল্লেখ্য যে, কোকৰাঝাৰৰ দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিচমূতিয়াৰী কোকৰাঝাৰ চহৰৰ পাশ্বৱৰ্তী কথালগুৰিৰ বাসিন্দা ৷

পিতৃ বীৰেন্দ্ৰ লাল বৰগোয়াৰী আৰু মাতৃ দবাশ্ৰী বৰগোয়াৰীৰ জীয়ৰী উত্তৰা বিছমূতিয়াৰীয়ে
কোকৰাঝাৰ বালিকা এইচ এছ স্কুল আৰু কোকৰাঝাৰ মহাবিদ্যালয়ত শিক্ষা সমাপ্ত কৰে।

১৯৮৩ চনৰ পৰা ছালাকাটি বিটিপিএছ হাইস্কুলৰ পৰা আৰম্ভ কৰি ১৯৯২ চনত দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰি অৱসৰ নোলোৱালৈকে অধ্যক্ষা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

উত্তৰা বিছমূতিয়াৰী সাহিত্যিক অৱদান বিশাল আৰু বৈচিত্ৰময়। “ৰাইখৱছা ফিছা” (২০০৬), “হাওৱাছি” (২০০৮), “এন্থোব” (২০১৩), “এংৰুমৱণ্ডা” (২০০৯), আৰু “গ্ৰিটিংছ কাৰ্ড” (২০২০)কে ধৰি কেইবাখনো প্ৰশংসিত গ্ৰন্থৰ লেখক।

তেওঁৰ এই কামে বহুলভাৱে স্বীকৃতি লাভ কৰিছে, ২০১৭ চনত তেওঁৰ চুটিগল্প সংকলন “ৰায়খৱছা ফিছা”ৰ বাবে লাভ কৰিছিল নিনাকোমল ব্ৰহ্ম বঁটা। একে বছৰতে বিটিচি শিক্ষা বিভাগে শ্ৰেষ্ঠ শিক্ষয়িত্ৰী বঁটাৰেও সন্মানিত কৰে।

গোটেই কৰ্মজীৱনত বিছমূতিয়াৰীয়ে বড়ো লেখিকা সন্থাৰ সম্পাদিকা, বডো মহিলা লেখিকা সন্থাৰ অধ্যক্ষ, তিতাগুৰি প্ৰাথমিক বডো সাহিত্য সভা ন্যাসৰ সদস্যকে ধৰি বিভিন্ন উল্লেখযোগ্য পদবীত অধিষ্ঠিত হৈ আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sahitya Akademi Award
publisher

publisher

Related Posts

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d