Intranasal Covid Vaccine :
ক’ভিডৰ নাসিকা ভেকচিনক অনুমতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ ।
বুষ্টাৰ ড’জ নোলোৱা সকলে ল’ব পাৰিব নাসিকা ভেকচিন ।
নাসিকা ভেকচিনৰ মূল্য ৮৪০ টকা ।
আঠ টোপালকৈ ল’ব লাগিব নাকেৰে লোৱা এই ভেকচিন ।
ভেকচিনটো অহা বছৰ জানুৱাৰীৰ চতুৰ্থ সপ্তাহত মুকলি কৰা হ’ব।
এই ভেকচিন ১৮ বছৰৰ ওপৰৰ লোকসকলে ব্যৱহাৰ কৰিব পাৰিব।