Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

শ্ৰীনগৰত মৃতকলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ! 

publisher by publisher
April 23, 2025
in India, News
Reading Time: 1 min read
0
শ্ৰীনগৰত মৃতকলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ! 
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গভীৰ নিশা প্ৰৱল বিস্ফোৰণত কঁপি উঠিল জম্মু-কাশ্মীৰ

কাশ্মীৰত নিয়ন্ত্রণ হেৰুৱাই খাৱৈত পৰিল যাত্রীবাহী বাছ, মৃত অন্তত পাঁচজন আহত বহু

Kashmir Terror Attack: মঙলবাৰে জম্মু-কাশ্মীৰৰ পহেলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ২৬ জন পৰ্যটক নিহত হয়।স্থানীয় একাংশ সূত্ৰৰ মতে মৃতকৰ সংখ্যা কমেও ২৮ জন।সূত্ৰ অনুসৰি আক্ৰমণকাৰীৰ সংখ্যা আছিল পাঁচৰ পৰা ছয়জন।

ADVERTISEMENT

জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি কেবাটাও বাতৰিৰ পৰা দাবী কৰা হৈছে যে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগাম পাহাৰৰ এখন ৰিজ’ৰ্টৰ সমীপত পৰ্যটকক আক্ৰমণ কৰা হৈছে।

সেউজীয়া বৈশাৰণ উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি থাকোঁতে তেওঁলোকক আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।

সূত্ৰটোৱে জনোৱা মতে, অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক নাম সুধি এজন এজনকৈ গুলীচালনা কৰে।

উল্লেখ্য যে,এই আক্ৰমণত নিহত পৰ্যটকৰ মৃতদেহ বৰ্তমান শ্ৰীনগৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষত ৰখা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহ তাত উপস্থিত হৈছে। তেওঁ মৃতকৰ পৰিয়ালৰ স’তে কথা পাতিছে। ইয়াৰ পাছতে, মৃতকৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হ’ব।

ইয়াৰ পৰাই শ্বাহে মঙলবাৰে বিয়লি আক্ৰমণ সংঘটিত হোৱা পহলগাঁৱৰ ৰিজ’ৰ্টলৈ যাত্ৰা কৰিব।

তথ্য অনুসৰি,গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈছে। মৃতকক গাৰ্ড অৱ অনাৰ দিয়া হ’ব।

উল্লেখ্য যে,অনানুষ্ঠানিক আকলন অনুসৰি, পহেলগাম আক্ৰমণত কমেও ২৭ জন লোক নিহত হৈছে। নিহতৰ সংখ্যা বৃদ্ধিও হ’ব পাৰে। এতিয়াও কেইবাজনো লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। পলোৱামাৰ পাছত এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ। অন্ততঃ মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত। মৃতসকলৰ ভিতৰত দুজন বিদেশী পৰ্যটকও আছিল।

পলোৱামাৰ পাছত মঙলবাৰে এইটো জম্মু আৰু কাশ্মীৰৰ মাটিত আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ।

স্থানীয় সূত্ৰই দাবী কৰিছে যে উগ্ৰপন্থীয়ে সেনাৰ পোছাক পৰিধান কৰি আহিছিল। মুঠ ৪০ ৰাউণ্ড গুলী নিক্ষেপ কৰা হয়। হিন্দুসকলক প্ৰধানকৈ আক্ৰমণ কৰা হয়।

ইতিমধ্যে লস্কৰ-ই-তৈবাৰ টি আৰ এফ বা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। তথ্য অনুসৰি,এই আক্ৰমণত জড়িত উগ্ৰপন্থীৰ অধিকাংশই বিদেশী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jammu and KahsmirPahalgamPahalgam Terror Attack
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d