Patima Baruah Pande Award: লোক-সংস্কৃতিৰ সাধক একলব্য গামকপ্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আছুৰ

72d6847e 0a5d 4749 9d58 c32de87e2d5e

Patima Baruah Pande Award  :

সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰে শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত লোক-সংগীতৰ সাধক এগৰাকীক স্মাৰক বঁটা প্ৰদান কৰি আহিছে ৷

এইবেলি ধেমাজিৰ সুসন্তান, লোক-সংস্কৃতিৰ সাধক একলব্য গামক এই বঁটা প্ৰদান কৰা হয়৷

সমান্তৰালভাৱে অসমৰ থলুৱা লোকগীত, লোক-পৰম্পৰাৰ প্ৰচাৰ, প্ৰসাৰ আৰু গৱেষণাৰ সুব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান আছুৰ ৷

Exit mobile version