Patima Baruah Pande Award :
সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰে শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত লোক-সংগীতৰ সাধক এগৰাকীক স্মাৰক বঁটা প্ৰদান কৰি আহিছে ৷
এইবেলি ধেমাজিৰ সুসন্তান, লোক-সংস্কৃতিৰ সাধক একলব্য গামক এই বঁটা প্ৰদান কৰা হয়৷
সমান্তৰালভাৱে অসমৰ থলুৱা লোকগীত, লোক-পৰম্পৰাৰ প্ৰচাৰ, প্ৰসাৰ আৰু গৱেষণাৰ সুব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান আছুৰ ৷