Jio 5G Launched in Guwahati : মহানগৰীত আৰম্ভ হ’ল জিঅ ‘টু ফাইভ জি সেৱা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে মুকলি

WhatsApp Image 2023 01 10 at 19.53.12

Jio 5G Launched in Guwahati :

উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত আজিৰ পৰাই মুকলি হʼল জিঅ ‘টু ফাইভ জি সেৱা । দিছপুৰস্থ জনতা ভৱনত সভাকক্ষৰ পৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে মুকলি কৰিলে এই সেৱা।

ADVERTISEMENT

উল্লেখ্য যে,জিঅ’ই য়ে গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ মুকলি কৰিলে এই অত্যাধুনিক সেৱা।

আনহাতে জিঅ’ গ্ৰাহক সকললৈ জি জিঅ’ৰ নতুন অফাৰলৈ আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছে জিঅ’ৱে ৷ ইয়াৰ ফলত কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ জিঅ’গ্ৰাহকে সকলি ওৱান জি বি পি এছৰ গতিবেগৰ ডেটা লাভ কৰিব।

মনকৰিবলগীয়া যে জিঅ’ৱে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ দৰ্শন কৰা সকলো ভক্তৰ বাবে বিনামূলীয়াকৈ ‘টু ফাইভ জিৰ ৱাইফাই সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷

Exit mobile version