Minister jayanta Malla Baruah Twitter Account Hacking:পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ টুইটাৰ একাউন্ট হেক !

WhatsApp Image 2023 01 11 at 2.15.23 PM

 Minister jayanta Malla Baruah Twitter Account Hacking:

সময়ে সময়ে বিভিন্ন সময়ত হেকাৰে নানান প্ৰতিষ্ঠিত লোকৰ টুইটাৰ একাউণ্ট হেক কৰি থকাৰ বিষয়ে বিশেষ চৰ্চিত হৈ থকাৰ মাজতে এইবাৰ হেকাৰৰ কবলত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ টুইটাৰ একাউণ্ট ৷

যোৱাকালি মন্ত্ৰী গৰাকীৰ টুইটাৰ একাউণ্ট হেক কৰে দুষ্ট চক্ৰই ৷ইয়াৰ পাছতে হেক কৰা একাউণ্টৰ পৰা ততাতৈয়াকৈ হেকাৰে বিভিন্ন ব্যৱসায়িক বিজ্ঞাপন প্ৰচাৰ কৰে ৷

ইতিমধ্যে মন্ত্ৰী গৰাকীয়ে হেক কৰাৰ বিষয়ে জানিব পাৰি নিজৰ ফেচবুকৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

Exit mobile version