Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam: ফেচবুক- ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তে ভাবুকিৰ সম্মুখীন হয় তৰুণ

তিনিজনৰ এজন চাইবাৰ উৎপীড়নৰ বলি

publisher by publisher
November 21, 2022
in Assam, News
Reading Time: 1 min read
0
Assam: ফেচবুক- ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তে ভাবুকিৰ সম্মুখীন হয় তৰুণ
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

Michael Rosenberg:ফে’চবুক-ইনস্টাগ্রাম-ইউটিউব-টিকটক বর্জন বিখ্যাত সংগীতজ্ঞ মাইকেল ৰ’জেনবাৰ্গৰ

এক লাখ ফ’ল’ৱাৰ আৰু ১০,০০০ ছাবস্ক্রাইবাৰৰ কোনে সর্বাধিক আয় দিয়ে?

Assam :

ৰাজ্যৰ ৯৫ শতাংশ যুৱক-যুৱতীয়ে শাৰীৰিক শাস্তিৰ ফলত বিভিন্ন মানসিক সমস্যাত ভুগে। তদুপৰি প্ৰতি তিনিজন যুৱক-যুৱতীৰ ভিতৰত এজন চাইবাৰ উৎপীড়নৰ বলি হয়। ৰাজ্যৰ অধিকাংশ তৰুণ চামক ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ভাবুকি দিয়া হয়।

ADVERTISEMENT

অসমৰ ২৪ খন বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্রতিষ্ঠানত চলোৱা এক জৰীপত এই তথ্য ফাদিল হৈছে। ৰাষ্ট্ৰীয় সেৱা আঁচনি (এনএছএছ)ত ন হেজাৰ পাঁচশ স্বেচ্ছাসেৱকে অসমত এই জৰীপ চলাইছিল। এই জৰীপ চলোৱা হৈছে ইউনিচেফ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যৌথ প্ৰচেষ্টাত।

জৰীপত লাভ কৰা তথ্য অনুসৰি অসমৰ ৯৫ শতাংশ তৰুণে শাৰীৰিক দণ্ড লাভৰ ফলত মানসিক স্বাস্থ্য সম্পর্কীয় সমস্যাত আক্রান্ত হয়। সমীক্ষা অনুসৰি ৩৫ শতাংশ তৰুণ নিজ ঘৰতে দৈহিক শাস্তিৰ সন্মুখীন হয়।

একেদৰে ২৫ শতাংশই কয় যে তেওঁলোকে বিদ্যালয়ত আৰু আন ১৪ শতাংশই ব্যক্তিগত ক’চিং চেণ্টাৰ অথবা ক্রীড়াথলী আদিৰ দৰে অন্যান্য স্থানত শাৰীৰিক শাস্তিৰ সন্মুখীন হয় বুলি জৰীপত কয়। ইপিনে, ২৬ শতাংশই শাৰীৰিক শাস্তিৰ সন্মুখীন হয়। তদুপৰি কয় যে অধিকাংশ প্রচলিত শাৰীৰিক শাস্তি হ’ল হাতত প্ৰহাৰ কৰা, কোবোৱা আদি।

৬৭ শতাংশ শাস্তিৰ ধৰণ এনেধৰণৰ বুলি সমীক্ষাত কোৱা হৈছে। তদুপৰি মুখেৰেও নির্যাতন (১৬ শতাংশ) চলোৱা হয়। তেওঁলোকক বিভিন্ন ধৰণৰ গালি-গালাজ কৰা হয় অথবা চিঞৰ-বাখৰ কৰা হয়। এনে শাৰীৰিক দণ্ডৰ সন্মুখীন হোৱা ৬০ শতাংশ স্বেচ্ছাসেৱকে কয় যে এনেবোৰ ঘটনাই তেওঁলোকৰ সামাজিক সম্পৰ্কত নেতিবাচক প্রভাৱ পেলাইছে।

এনে শাৰীৰিক শাস্তিৰ সন্মুখীন হোৱাৰ ফলত ২৪ শতাংশই মানসিক চাপ, উদ্বেগ আৰু ভীতিগ্ৰস্ততাত ভুগে। ২৭ শতাংশ শাৰীৰিকভাৱে আঘাতপ্রাপ্ত হয় বুলি প্রতিবেদনত কোৱা হৈছে। তদুপৰি ৰাজ্যখনৰ অর্ধেক সংখ্যক তৰুণক অজ্ঞাত লোকে অনলাইনযোগে ভাবুকি প্রদান কৰে। চাইবাৰ উৎপীড়নৰ ফলত যুৱক-যুৱতীসকলৰ অর্ধেক সংখ্যকে কয় যে তেওঁলোকে অজ্ঞাত লোকৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হোৱাৰ বিপৰীতে ১২ শতাংশ সহপাঠীৰ দ্বাৰা আৰু ১৪ শতাংশই বন্ধুবৰ্গৰ দ্বাৰা চাইবাৰ উৎপীড়নৰ সন্মুখীন হয়।

৩৬ শতাংশই কয় যে এনে অত্যাচাৰৰ বাবে সর্বাধিক ব্যৱহৃত প্লেটফৰ্ম হৈছে ফেচবুক। চাইবাৰ উৎপীড়নৰ বাবে অসমত ব্যৱহৃত হোৱা আন এটা সামাজিক মাধ্যম হৈছে ইনষ্টাগ্রাম (২৫ শতাংশ)। এনে উৎপীড়ন চলোৱাৰ ক্ষেত্ৰত আটাইতকৈ বেছি ব্যৱহৃত হোৱা প্ৰকাৰ হৈছে সামাজিক মাধ্যমত মিছা কথা বিয়পোৱা, সন্মান হানিকৰ ফটো বা ভিডিঅ’ প্ৰচাৰ (৩৫ শতাংশ)।

চাইবাৰ উৎপীড়নৰ ক্ষেত্ৰত ব্যাপকভাৱে ব্যৱহৃত আন এটা প্ৰকাৰ হৈছে শাৰীৰিক অৱয়বৰ প্ৰকাশ। ইউনিচেফৰ অসমৰ মুৰব্বী ড° মধুলিকা জনাথে কয় যে যুৱ প্ৰজন্মৰ বিকাশৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাত অসম চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ পৰিপ্ৰেক্ষিতত ইউনিচেফ অসমে অসমৰ যুৱ প্ৰজন্মৰ স’তে বিশেষকৈ আটাইতকৈ দুর্বল লোকসকলৰ স’তে কাম কৰি আহিছে ।

তৰুণৰ ক্ষেত্ৰত দেখা গৈছে যে এনে অত্যাচাৰৰ বাবে সৰ্বাধিক উমৈহতীয়া মঞ্চৰূপে ব্যৱহাৰ কৰা হয় ফেচবুকক। ইয়াৰ পাছতে ২৫ শতাংশ ইনষ্টাগ্ৰামত এই ধৰণৰ নিগ্ৰহৰ সন্মুখীন হয়। এনে ভাবুকি প্রদান বা গালি গালাজৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন উমৈহতীয়া প্ৰকাৰসমূহৰ ভিতৰত আছে মিছা কথা বিয়পোৱা, ছ’চিয়েল মিডিয়াত সন্মান হানিকৰ, ফটো অথবা ভিডিঅ’ প্রকাশ (২৫ শতাংশ)।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASCPCRFacebookInstagramNSSYouths
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d