Cm video Conference:
নতুন দিল্লীস্থিত অসম হাউচৰ পৰা আজি এক ভিডিঅ’ কনফাৰেন্সৰ যোগেদি ৰাজ্যৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷
বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকে।