Gutka Seized in Sangsari:চাংসাৰিৰ পৰা জব্দ ৯০০ বস্তা গুটখা

জি এছ টি পৰিষদৰ বিশেষ দলৰ অভিযানত জব্দ গুটখা খিনি

WhatsApp Image 2023 01 18 at 8.20.04 PM 1

Gutka Seized in Sangsari:

মহানগৰীৰ পাশ্বৱৰ্তী চাংসাৰি আৰু বাইহাটা চাৰিআলিৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গুটখা
এখন ট্ৰাকৰ জব্দ কৰা হয় গুটখা খিনি।

প্ৰাপ্ত তথ্য মতে চালান বিহীনভাবে এখন ট্ৰাকেৰে সৰবৰাহ কৰা হৈছিল জব্দকৃত ৯০০ বস্তা গুটখা খিনি।

বিশেষ খবৰৰ ভিত্তিত জি এছ টি পৰিষদৰ অভিযাকাৰী দল এটাই চালানবিহীন ভাৱে সৰবৰাহ কৰা ট্ৰাক খনত তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গুটখাখিনি।

উল্লেখ্য যে ট্ৰাকসহ গুটকা খিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও ট্ৰাক খনৰ চালক আৰু সৰবৰাহকাৰীজন পলায়ন কৰে ৷

Exit mobile version