Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Car Accident : দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ : অভিযোগ ভুক্তভোগীৰ

দুৰ্ঘটনা সংঘটিত কৰি মই পলাই যোৱা নাছিলো , দুয়োপক্ষৰ ভাষ্য শুনা উচিত : বৰষাৰাণী

publisher by publisher
December 18, 2022
in Assam, News
Reading Time: 1 min read
0
Car Accident : দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ : অভিযোগ ভুক্তভোগীৰ

barakha with husband

3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

হায়দৰাবাদ-বিজয়ৱাড়া হাইৱেত ভয়ংকৰ দুৰ্ঘটনা

Nashik Dindori Car Accident:নাছিকৰ ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল একে পৰিয়ালৰ নজনৰ

Guwahati Holistic Healing & Spiritual Retreat’ 2024:মহানগৰীৰ হোটেল পেলাচিওত এনার্জি হ্যালিঙৰ এক আধ্যাত্মিক অনুষ্ঠান 

Car Accident :

শনিবাৰে নিশা শিৱসাগৰ চৰাইদেউৰ টেঙাপুখুৰীত এক দুৰ্ঘটনা সংঘটিত কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ।
প্ৰাপ্ত তথ্য অনুসৰি , চৰাইদেউ সাপেখাতী অঞ্চলত এটা অনুষ্ঠানত অংশ লৈ উভতি অহা সময়তে দলবাগানত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

ADVERTISEMENT

অভিনেত্ৰীগৰাকীৰ স্বামী ভাস্কৰ বৰুৱাই গাড়ীখন চলাই আহিছিল । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই অভিনেত্ৰীগৰাকী পলায়ন কৰা অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । ভুক্তভোগীৰ অভিযোগ অনুসৰি নিশা অভিনেত্ৰীগৰাকীৰ গাড়ীখনে তেওঁলোকৰ অল্ট বাহনত খুন্দা মাৰে ।

ফলত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয় । ইতিমধ্যে ভুক্তভোগীয়ে টেঙাপুখুৰী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে , ঘটনা সংঘটিত কৰিয়েই অভিনেত্ৰীগৰাকী তেওঁৰ স্বামীসহ পলায়ন কৰাৰো অভিযোগ তুলিছে ভুক্তভোগীয়ে ।

শিৱসাগৰৰ সাপেখাতী অঞ্চলৰ এটা সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ যোৰহাটলৈ উভটি অহা অৱস্থাত অভিনেত্ৰীগৰাকীৰ বাহনখনে এক দুৰ্ঘটনা সংঘটিত কৰে  ।

নিশা প্ৰায় ১২-৩০ বজাত যোৰহাটলৈ উভতাৰ পথত বিপৰীত দিশৰ পৰা অহা এখন বগা ৰঙৰ অল্ট বাহনৰ লগত অভিনেত্ৰীগৰাকীৰ বাহনখনৰ দুৰ্ঘটনা হয় ।

ইয়াৰপিছতে পুৱা অল্ট বাহনখনত উঠি অহা পাঁচ যুৱকে সংবাদ মাধ্যমৰ আগত অভিনেত্ৰীগৰাকীৰ বাহনখনে নিশা দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বুলি মন্তব্য কৰে ।

অল্ট বাহনখনত মুঠ পাঁচজন লোক আছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত গোটেই নিশা তেওঁলোক বাহনখনৰ ভিতৰতে পৰি থাকে আৰু পুৱা ১০-৩০ মান বজাতহে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

বৰষাৰাণীৰ ভাষ্য

সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে বিয়লি অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰি কোনো কাৰণতে পলোৱাৰ প্ৰশ্নয়েই থাকিব নোৱাৰে বুলি কয়।

নিশা নিৰ্জন পথছোৱাত বিপৰীত দিশৰ পৰা আহি থকা অল্ট গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাৰ দৰে অভিনেত্ৰীগৰাকীৰ গাড়ীৰ দিশে আহিবলৈ উদ্যত হোৱাতহে এনেকৈ গাড়ীখনত খুন্দা মাৰিবলগা হ’ল বুলি মন্তব্য কৰাৰ লগতে গাড়ীখনে কোনোধৰণৰ আপাৰ –ল’ৱাৰ ডিপাৰ ব্যৱহাৰ নকৰাৰো অভিযোগ উত্থাপন কৰে ।

ইফালে নিশা স্বামী আৰু আত্মীয় এগৰাকীৰ সৈতে গৃহভিমুখী হোৱা অভিনেত্ৰীগৰাকী নিৰাপত্তাজনিত আশংকাত ভুগি দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত ৰৈ নাথাকি  পোনে-পোনেই থানাৰ দিশলৈ গতি কৰা বুলিও কয় ।

অভিনেত্ৰীগৰাকীয়ে এইবুলিও মন্তব্য কৰে যে , প্ৰচাৰ মাধ্যমসমূহে দুয়োপক্ষৰ ভাষ্য নুশুনাকৈ বাতৰি পৰিবেশন কৰিব নেলাগে ।

ইতিমধ্যে দুয়োপক্ষই শিৱসাগৰৰ টেঙাপুখুৰী থানাত এজাহাৰ দাখিল কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barsha Rani BishayaCar AccidentSivasagar
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d