Three State Election:মেঘালয় সহ উত্তৰ -পূৰ্বৰ তিনি ৰাজ্যৰ বিধানসভাৰ দিন ঘোষণা হ’ব আজি

WhatsApp Image 2023 01 18 at 2.28.00 PM

Three State Election:

চুবুৰীয়া তিনি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দি ঘোষণা হ’ব ৷ । নতুন দিল্লীস্থ দেশৰ নিৰ্বাচন আয়োগৰ সদৰ দপ্তৰত মুখ্য নিৰ্বাচনী আয়ুক্তই আজি তিনি পাৰ্বত্য ৰাজ্যৰ নিৰ্বাচনী দিন সংবাদমেল যোগে সদৰি কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অন্ত পৰিব ত্ৰিপুৰা, নগালেণ্ড আৰু মেঘালয় বিধান সভাৰ কাৰ্যকাল ।

নিৰ্বাচন আয়োগৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ প্ৰথম বা মাজ ভাগতে এই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব ।

Exit mobile version