Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Silpi Pension :ৰাজ্য চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চন ঘোষণা

সংবাদমেলত ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ,৫০গৰাকী শিল্পীলৈ পেঞ্চন

publisher by publisher
January 16, 2023
in Assam, Culture, India, News
Reading Time: 2 mins read
0
Silpi Pension :ৰাজ্য চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চন ঘোষণা
21
SHARES
206
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Silpi Pension :

ৰাজ্য চৰকাৰে প্ৰতিবৰ্ষত কলা,সংস্কৃতি,সংগীত ক্ষেত্ৰলৈ উল্লেখনীয় বৰঙনি আগবঢ়োৱা শিল্পী সকলৰ বাবে ২০২২-২৩ত লাভ কৰা শিল্পী বঁটা প্ৰাপক সকলৰ নাম সোমবাৰে ঘোষণা কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ।

ADVERTISEMENT

এইবাৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে প্ৰথিতযশা শিল্পী ৰাজেন গোহাঁই আৰু পখিলা লেকথেপীকলৈ । একেদৰে নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা হৈছে জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ। আনহাতে ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা আগবঢ়োৱা হৈছে আন এগৰাকী বিশিষ্ট অভিনেতা অৰুণ নাথক। বিজু ফুকন বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱক।

উল্লেখ্য যে ২০২২ – ২৩ বৰ্ষৰ বাবে ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ শিল্পী পেঞ্চন আগবঢ়াব ৰাজ্য চৰকাৰে । কলা,সংস্কৃতি,সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২২ – ২৩ বৰ্ষৰ বাবে শিল্পী পেঞ্চন লাভ কৰা শিল্পীসকল হ’ল ক্ৰমে:

১/ক্ষিতীশ চন্দ্ৰ শৰ্মা ( ভ্ৰাম্যমাণ থিয়েটাৰৰ আলোক শিল্পী, বজালী )
২/ প্ৰমোদ চন্দ্ৰ ৰয় ( ভ্ৰাম্যমাণৰ, বজালী )
৩/মনোজ শৰ্মা ( ভ্ৰাম্যমাণৰ শিল্পী)
৪/ নৰেন ৰাজবংশী ( যাত্ৰাৰ নৃত্য শিল্পী, বাক্সা )
৫/ মানিক সিং ৰয় ( ভ্ৰাম্যমাণ থিয়েটাৰ দলত বাঁহী বাদক, বঙাইগাঁও )
৬/গীতেশ ৰঞ্জন নাথ ( নাটকৰ শিল্পী, কাছাৰ )
৭/ অৰুন্ধতি আদিত্য ( গায়িকা, কাছাৰ )
৮/ ৰত্নেশ্বৰ বৰা ( শুকনানী ওজাপালি, দৰং)
৯/ ইছাৰাম বৰুৱা ( ব্যাস ওজা, দৰং )
১০/ প্ৰফুল্ল নাথ (ঢেপাঢোল, শুকনানী ওজা, দৰং)
১১) প্ৰতাপ চন্দ্ৰ শৰ্মা ( ব্যাস ওজাপালি, দৰং)
১২/ বিপিন ৰাজখোৱা ( সত্ৰীয়া নৃত্য, ধেমাজি )
১৩/ ধীৰেন্দ্ৰ নাথ পল ( টেৰাকোটা, ধুবুৰী)
১৪) হিতেশ্বৰ হাজৰিকা ( ঢুলীয়া ওজা, গোলাঘাট)
১৫/ ৰবীন চেতিয়া ( চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, গোলাঘাট )
১৬/ তৰুণ চন্দ্ৰ গোস্বামী ( সত্ৰীয়া নৃত্য, যোৰহাট )
১৭/সন্ধ্যা দেৱী ( গায়িকা, যোৰহাট)
১৮/ অমিতাভ বৰদলৈ ( ভাওনা, যোৰহাট )
১৯/ থানেশ্বৰ ডাউকা ( নাগাৰা নাম, কামৰূপ গ্ৰাম্য )
২০/ সত্য নাথ ভৰালী ( পিতল শিল্পী, কামৰূপ গ্ৰাম্য )
২১/সুৰেন দাস ( যাত্ৰা পাৰ্টি, কামৰূপ )
২২/ ব্ৰজেন বৰা ( চলচ্চিত্ৰ অভিনেতা-পৰিচালক, কামৰূপ মহানগৰ )
২৩/ দিলীপ মজুমদাৰ ( ঢোলক বাদক, কামৰূপ মহানগৰ )
২৪/ জীতেন্দ্ৰ বৈশ্য ( তবলা বাদক, কণ্ঠশিল্পী, কামৰূপ মহানগৰ)
২৫/ তৰুলতা দাস ( কণ্ঠশিল্পী, কামৰূপ মহানগৰ)
২৬/নুৰুদ্দিন আহমেদ ( কলা নিৰ্দেশক, ভাস্কৰ্য শিল্পী, কামৰূপ মহানগৰ )
২৭/ ৰীতা দাস ( কণ্ঠশিল্পী, কামৰূপ মহানগৰ )
২৮/ দীপক কুমাৰ দত্ত ( চলচ্চিত্ৰ নিৰ্মাতা, কামৰূপ মহানগৰ )
২৯/ নিজৰা মজুমদাৰ ( অভিনয়-লেখিকা, কামৰূপ মহানগৰ )
৩০/ হৰি শইকীয়া ( বাহ বেতৰ শিল্পী, মাজুলী)
৩১/ প্ৰফুল্ল বৰা ( সত্ৰীয়া সংস্কৃতি, মাজুলী )
৩২/ মালভোগ নাথ ( সত্ৰীয়া সংস্কৃতি – লোক সংগীত, মাজুলী )
৩৩/ পদ্ম বায়ন ( সত্ৰীয়া সংস্কৃতি, মাজুলী )
৩৪/ বাপ কুমাৰ বায়ন ( বায়ন, মাজুলী )
৩৫/ লীলাৰাম দত্ত গায়ন ( সত্ৰীয়া সংস্কৃতি, মাজুলী)
৩৬/ নৰেশ বিশ্বাস ( ভাস্কৰ্য শিল্পী, মৰিগাঁও )
৩৭/ গিৰিধৰ সেনাপতি ( পুতলা নাচৰ শিল্পী, নগাঁও )
৩৮/ মহেন্দ্ৰ বৰা ( ঢোল বাদক, নগাঁও )
৩৯/হৰি প্ৰসাদ মহন্ত ( ভাওনা-বিহু, নগাঁও)
৪০/ চিত্ৰদেৱ মহন্ত ( সংগীত, নগাঁও )
৪১/ হৰেণ হাজৰিকা ( অভিনয়-লেখক, নগাঁও )
৪২/ ভদ্ৰেশ্বৰ পাঠক ( ড্ৰেছ মাষ্টাৰ-ভ্ৰাম্যমাণ থিয়েটাৰ, নলবাৰী)
৪৩/ গোবিন সন্দিকৈ ( লোক শিল্পী, শিৱসাগৰ )
৪৪/ বিশ্ব শইকীয়া ( খোল বাদ্য-ভ্ৰাম্যমাণ থিয়েটাৰ, শিৱসাগৰ )
৪৫/ মধুৰাম মোডী ( ঝুমুৰ শিল্পী, শিৱসাগৰ )
৪৬/ বাপ চন্দ্ৰ দত্ত ( গায়ন বায়ন-ঢোল বাদক-অভিনেতা, শিৱসাগৰ)
৪৭/বিপিন চন্দ্ৰ হাজৰিকা ( ভাওনা-নাটক, শিৱসাগৰ)
৪৮/ জয় চন্দ্ৰ নাথ ( ভাওনা, শোণিতপুৰ )
৪৯/ দেবেন পাঠক ( লোকগীতৰ শিল্পী, তামুলপুৰ)
৫০/ প্ৰফুল্ল ৰুদ্ৰপল ( অভিনেতা, তামুলপুৰ)

মঙলবাৰে শিল্পী দিৱসৰ দিনা ৰাজ্য চৰকাৰে ২০২১-২২ শিল্পী বঁটাসমূহ প্ৰদান কৰিব বুলি সংবাদমেলত সদৰি কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bimal BoraCulture MinisterGuwahatiName DeclearSilpt Pension
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d