Nilmani Phookan : জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ দেহাৱসান

35b3de9f 2416 4df3 9ee8 f08a170f2936

Nilmani Phookan :

জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ শেষনিশ্বাস ৷ দিনৰ ১১.৫৫ বজাত শেষনিশ্বাস ফুকনৰ ৷ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ জটিলতাৰ বাবে পৰিয়ালৰ লোকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰিছিল কাব্যঋষি গৰাকীক৷

একেদৰে ষ্ট্ৰ’কত আক্ৰান্ত হৈছিল নীলমণি ফুকন৷চিকিৎসকৰ চোকা নজৰতভেন্টিলেছনত ৰখা হৈছিল কাব্যঋষি গৰাকীক৷কিন্ত অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰখ্যাত কবি গৰাকীয়ে ৷

Exit mobile version