Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নিদ্ৰাৰত অৱস্থাতে চিৰশয়ন ‘জেমছ বণ্ড’ ছন ক’নাৰিৰ

publisher by publisher
November 1, 2020
in News
Reading Time: 1 min read
0
নিদ্ৰাৰত অৱস্থাতে চিৰশয়ন ‘জেমছ বণ্ড’ ছন ক’নাৰিৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰথমবাৰলৈ জেমছ ব’ণ্ডৰ চৰিত্ৰত অভিনয় কৰিব পাৰে কৃষ্ণাংগ অভিনেতাই

শীঘ্ৰেই বজাৰলৈ আহিব জেমছ বণ্ডৰ গাড়ী

‘বণ্ড…জেমছ বণ্ড’ আইৰিছ উচ্চাৰণেৰে ভাবলেশহীন অভিব্যক্তিৰে দর্শকৰ মনত শিহৰণ তােলা হলিউদৰ অভিনেতা ছন ক’নাৰিৰ শনিবাৰে মৃত্যু হয় । হলিউদৰ বিখ্যাত ‘জেমছ  বণ্ড’  শৃংখলাৰ ‘এজেন্ট ০০৭’ চৰিত্ৰটোক জীৱন্ত কৰি তােলা স্কটিছ অভিনেতাজনে শায়িত অৱস্থাতে চিৰনিদ্রা গ্রহণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ । শেহতীয়াকৈ ক’নাৰিয়ে পৰিয়ালসহ বাস কৰিছিল বাহামা দ্বীপপুঞ্জত । তাতেই তেওঁ শেষনিশ্বাস ত্যাগ কৰে ।

ADVERTISEMENT

Producers Michael G. Wilson and Barbara Broccoli: “We are devastated by the news of the passing of Sir Sean Connery. He was and shall always be remembered as the original James Bond whose indelible entrance into cinema history began when he announced those unforgettable words —

— James Bond (@007) October 31, 2020

উল্লেখ্য যে ক’নাৰিয়েই প্রথমবাৰলৈ জেমছ বণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল । ব্রিটিচ সাংবাদিক-ঔপন্যাসিক ইয়ান ফ্লেমিঙে নিজৰ কলমেৰে সৃষ্টি কৰা সুদর্শন গুপ্তচৰৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি এই পর্যন্ত বহু ছবি নির্মাণ হৈছে । এই পর্যন্ত সাতজন অভিনেতাই বণ্ডৰ ভূমিকা ৰূপায়ণ কৰিছে । অৱশ্যে আজি পর্যন্ত ক’নাৰিকে শ্রেষ্ঠ জেমছ বণ্ড আখ্যা দিয়া হয় ।

১৯৬২ৰ পৰা ১৯৮৩ পর্যন্ত তেওঁ সাতখন জেমছ বণ্ড শৃংখলাৰ ছবিত অভিনয় কৰিছিল । এই ছবিসমূহ হৈছে ‘ডক্টৰ নাে’, ‘ফ্রম ৰাছিয়া উইথ লাভ’, ‘গ’ল্ডফিংগাৰ’, ‘থাণ্ডাৰবল’, ‘ইউ অনলী লাইভ টুৱাইচ’, ‘ডায়মণ্ডছ আৰ ফৰেভাৰ আৰু ‘নেভাৰ ছে নেভাৰ এগেইন’ । ২০০০ত নাইট সন্মান অর্জন কৰা সুদর্শন অভিনেতাজনে সুদীর্ঘ অভিনয় জীৱনত এবাৰ অস্কাৰ বঁটাৰ উপৰি তিনিবাৰ গল্ডেন গ্ল’ব আৰু দুবাৰ বাফটা বঁটা অর্জন কৰিছিল ।

১৯৮৭ত মুক্তি লাভ কৰে ক’নাৰিয়ে অভিনয় কৰা ব্রায়ান ডি পালমাৰ পৰিচালিত ‘দ্য আনটাচ্চেবল’ নামৰ ছবিখনে । এই ছবিত তেওঁৰ সহ অভিনেতা আছিল ৰবার্ট ডি নিৰাে, কেভিন কষ্টনাৰ, এণ্ডি গার্ডিয়াৰ দৰে কিংবদন্তি অভিনেতা । এজন আইৰিছ আৰক্ষী বিষয়াৰ চৰিত্ৰত সাৱলীল অভিনয়ৰ বাবে ক’নাৰিয়ে শ্রেষ্ঠ সহ অভিনেতাৰ অস্কাৰ লাভ কৰিছিল । জেমছ বণ্ড শৃংখলাৰ উপৰি ক’নাৰিয়ে অভিনয় কৰা আন একাংশ উল্লেখনীয় ছবি হৈছে ‘মার্ণি’, ‘মার্ডাৰ অন দ্য অ’ৰিয়েন্ট এক্সপ্ৰেছ’, ‘দ্য মেন হু উড বি কিং’, ‘এ ব্রিজ টু ফাৰ’, ‘ফাইণ্ডিং ফৰেষ্টাৰ’, ‘দ্য ৰক২’, ‘দ্য হান্ট ফৰ ৰেড অক্টোবৰ’, ‘হাইলেণ্ডাৰ’, ‘দ্য নেম অৱ দ্য ৰ’জ’ আৰু ‘ইণ্ডিয়ানা জোন্স এণ্ড দ্য লাষ্ট ক্রুছেড’ ।

জেমছ বণ্ড শৃংখলাৰ ছবিৰ অন্যতম প্রযােজক বাৰবাৰা ব্ৰক’লি আৰু মাইকেল জি উইলছনে টুইটাৰত শােক প্রকাশ কৰি লিখিছে, ‘ছাৰ ছন কনাৰিৰ বিদায়ৰ বাতৰিত আমি ভাঙি পৰিছাে । তেওঁ প্ৰকৃত জেমছ বণ্ড ৰূপেই সদায় স্মৰণীয় হৈ ৰ’ব।’ বলিউদৰ অভিনেতা অভিষেক বচ্চনে শােক প্রকাশ কৰি কয় যে, আজি আন এজন কিংবদন্তিয়ে বিদায় ল’লে । তেওঁ টুইটত লিখিছে, ‘আজি আৰু এজন কিংবদন্তিক আমি হেৰুৱালাে । ‘হাইলেণ্ডাৰ’ উপভােগ কৰাৰ পাছত মই ভাবিছিলাে তেওঁ সদায় অমৰ হৈ থাকিব।

https://twitter.com/juniorbachchan/status/1322516992956354561?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1322516992956354561%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fwww.ndtv.com%2Fentertainment%2Fsean-connery-screen-legend-who-made-james-bond-iconic-dies-at-90-2318655

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: James Bondsean connery died
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d