Jio 5G : দেশৰ ১৮৪ চহৰলৈ সম্প্ৰসাৰিত হ’ব জিঅ’ৰ-৫ জি সেৱা

WhatsApp Image 2023 01 25 at 2.04.18 PM

Jio 5G :

ৰিলায়েঞ্চ জিঅ’ই মঙলবাৰে পুনৰ দেশৰ ৫০ খন নতুন চহৰত প্ৰতিষ্ঠানটোৰ ৫ জি ম’বাইল ইণ্টাৰনেট সেৱা মুকলি কৰিলে। নতুনকৈ ৫০ চহৰত এই সেৱা প্ৰৱৰ্তনৰ ফলত ভাৰতত ৰিলায়েঞ্চ জিঅ’ৰ-৫জি সেৱাৰ সম্প্ৰসাৰণ দেশৰ ১৭ ৰাজ্যত ১৮৪ চহৰলৈ হ’ল।

জিঅ’ই ঘোষণা কৰা অনুসৰি ডিচেম্বৰ ২০২৩ লৈকে ভাৰতৰ সকলো চহৰতে ৫-জি সেৱাৰ প্ৰৱৰ্তন সম্পূর্ণ হ’ব। সম্প্ৰতি ভাৰতত ৰিলায়েঞ্চ জিঅ’ৰ ৪২.১৩ কোটি গ্রাহক আছে।

দেশৰ টেলিক’ম বজাৰত ৰিলায়েঞ্চ জিঅ’ৰ শ্বেয়াৰ ৩৬.৬৬ শতাংশৰ পৰা বৰ্তমানে ৩৬.৮৫
শতাংশলৈ বৃদ্ধি পালে।

Exit mobile version