Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bjp President Jp Nadda Gets Extension:বিজেপিৰ সভাপতি জে পি নাড্ডাৰ দায়িত্ব সম্প্ৰসাৰণ

২০২৪ ৰ জুনলৈ সভাপতি পদত থাকিব নাড্ডা

publisher by publisher
January 17, 2023
in India, News
Reading Time: 3 mins read
0
Bjp President Jp Nadda Gets Extension:বিজেপিৰ সভাপতি জে পি নাড্ডাৰ দায়িত্ব সম্প্ৰসাৰণ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

Bjp President Jp Nadda Gets Extension:

বিজেপিৰ মুৰব্বী জগত প্ৰকাশ নাড্ডা অহা বছৰৰ জুনলৈকে দলটোৰ মুৰব্বী হৈ থাকিব ৷ দলটোৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে ।

ADVERTISEMENT

উল্লেখ্য যে ২০২০ত অমিত শ্বাহৰ পৰা দলৰ শীৰ্ষ পদত অধিস্থিত হোৱা নাড্ডাৰ কাৰ্যকাল চলিতবৰ্ষৰ জানুৱাৰীত শেষ হোৱাৰ কথা আছিল।

মনকৰিবলগীয়া যে,এই বছৰত নখন ৰাজ্যিক নিৰ্বাচন আৰু ২০২৪ চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। যোৱাকালিৰ পৰা নতুন দিল্লীৰ বিজেপিৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় দিনাৰ বৈঠকৰ পাছতে গৃহমন্ত্ৰীয় এক সংবাদমেলত সদৰি কৰে যে, “বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল ২০২৪ চনৰ জুনলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় ৷

দলে নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি সভাপতি নাড্ডাৰ অধীনত দলটোৱে ২০১৯ তকৈ এক বৃহৎ জনাদেশৰ সৈতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হ’ব।

শ্বাহে উল্লেখ কৰে যে বিজেপিয়ে নাড্ডাৰ নেতৃত্বতে ইতিমধ্যে কেইবা খনো ৰাজ্যৰ নিৰ্বাচনত জয়লাভ কৰিছিল ৷ এনে প্ৰেক্ষাপটত আগন্তুক ২০২৪ চনত ২০১৯ তকৈ ডাঙৰ জনাদেশ পাবলৈ সক্ষম হ’ব। আনকি কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিৰ সময়ছোৱাত নাড্ডাই অতি তৎপৰতাৰে দলটোৰ সাংগাঠনিক ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে শ্বাহে ৷

স্মতৰ্ৱ্য যে বিজেপিৰ সংবিধান অনুসৰি দলৰ এজন সভাপতিয়ে একেৰাহে তিনি বছৰৰ দুটা কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিব পাৰে ৷। লগতে এই ব্যৱস্থাও আছে যে কমেও ৫০ শতাংশ ৰাজ্যিক গোটৰ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে।

সোমবাৰৰ বিজেপিৰ ৰাষ্ট্ৰীয় বৈঠকৰ পাছত নাড্ডাই উল্লেখ কৰিছিল যে দলৰ নেতাসকলে এই বছৰত অনুষ্ঠিত হ’বলগীয়া সকলো নখন ৰাজ্যিক বিধানসভা নিৰ্বাচনত বিজয় নিশ্চিত কৰিবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগিব।

আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে আজি সন্ধিয়া কাৰ্যনিৰ্বাহকৰ বৈঠকৰ সামৰণি অধিৱেশনত দলটোৰ বাবে ৰাজনৈতিক ৰোড মেপৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে ৷

দুয়োদিনৰ গুৰুত্বপূৰ্ণ বৈঠকত দলটোৰ জ্যেষ্ঠ নেতৃবৰ্গ, কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী,দলীয় সাংসদৰ লগতে সমগ্ৰ দেশৰ প্ৰায় ৩৫০ জন নেতা উপস্থিত থাকে । বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাও ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bjp National ExecutiveBjp PresidentDecisionGets ExtentionJP Naddanew delhi
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d