Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Transgender Welfare Board Meeting:জনতা ভৱনত ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ ব’ৰ্ডৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকা

ট্ৰান্সজেণ্ডাৰ সকলৰ অধিকাৰ তথা অন্যান্য বিষয়ত সজাগতা অনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান মন্ত্ৰী হাজৰীকাৰ

publisher by publisher
January 27, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Transgender Welfare Board Meeting:জনতা ভৱনত ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ ব’ৰ্ডৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
9
VIEWS
ShareShareShareShare

Transgender Welfare Board Meeting:

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত Transgender Welfare Board ৰ এখন নিয়মিত সভা সম্বোধন কৰে |

ADVERTISEMENT

WhatsApp Image 2023 01 27 at 7.26.38 PM 1Transgender Welfare Board ৰ অধ্যক্ষ হিচাপে মন্ত্ৰীগৰাকীয়ে সভাখনত প্ৰথমতে ব’ৰ্ডৰ পূৰ্বৰ কাৰ্যসমূহৰ বিষয়ে বুজ লয় | সভাখনত ট্ৰান্সজেণ্ডাৰসকলে সমাজত সন্মুখীন হৈ থকা সমস্যাৰ বিষয়ে বুজ লৈ এইক্ষেত্ৰত ব’ৰ্ডৰ কৰণীয়খিনিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে |

RelatedPosts

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

Minister Atul Bora:জনতা ভৱনত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াৰে বৈঠক মন্ত্ৰী অতুল বৰাৰ

বিশেষকৈ ট্ৰান্সজেণ্ডাৰসকলৰ সমাজত গ্ৰহণযোগ্যতাৰ বিষয়ে সমাজৰ আন ব্যক্তিসকলৰ মাজত সজাগতা অনাৰ বাবে বিজ্ঞাপন আদিৰ সহায় লোৱাৰ বাবে মন্ত্ৰী হাজৰীকাই গুৰুত্ব দিয়ে |

তাৰোপৰি জিলা পৰ্যায়ত সজাগতা সভা আদিৰ আয়োজনৰ জড়িয়তেও মানুহৰ মাজত সজাগতা অনাৰ বাবে আজিৰ সভাতে সিদ্ধান্ত লোৱা হয় |

WhatsApp Image 2023 01 27 at 7.26.37 PMএই ক্ষেত্ৰত সোনকালেই প্ৰাথমিক পৰ্যায়ত নিৰ্বাচিত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে এখন ভিডিঅ’ কন্ফাৰেঞ্চত অংশ গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে |

Transgender Welfare Board ৰ আন সদস্যসকলৰ পৰামৰ্শৰ ভিত্তিত জিলা পৰ্যায়ত ট্ৰান্সজেণ্ডাৰসকলৰ কল্যাণ সমিতি গঠন কৰাৰ বাবেও আজিৰ সভাতে সিদ্ধান্ত লোৱা হয় |

অন্যহাতে অসম আৰক্ষীৰ সহযোগত Transgender Protection Cell গঠন কৰাৰ বিষয়েও আজি আলোচনা কৰা হয় আৰু মন্ত্ৰী হাজৰীকাই এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ব’ৰ্ডৰ সদস্যসকলক অৱগত কৰে |

আনহাতে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত ট্ৰান্সজেণ্ডাৰসকলৰ পঞ্জীয়নৰ বাবে থকা থকা ৰাষ্ট্ৰীয় প’ৰ্টেলত পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সজাগতা অনাৰ বাবে কাম কৰিবলৈ মন্ত্ৰী হাজৰীকাই উপস্থিত সদস্যসকলক আহ্বান জনায় |

সভাত অসম চৰকাৰৰ বহুকেইটা বিভাগৰ সচিব, অতিৰিক্ত তথা যুটীয়া সচিব, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক তথা ব’ৰ্ডৰ আন সদস্যসকল উপস্থিত থাকে |

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DispurJanata BhawanMeetingMinister Pijush HazarikaTransgender Welfare Board
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d