Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Transgender Welfare Board Meeting:জনতা ভৱনত ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ ব’ৰ্ডৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকা

ট্ৰান্সজেণ্ডাৰ সকলৰ অধিকাৰ তথা অন্যান্য বিষয়ত সজাগতা অনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান মন্ত্ৰী হাজৰীকাৰ

publisher by publisher
January 27, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Transgender Welfare Board Meeting:জনতা ভৱনত ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ ব’ৰ্ডৰ সভাত মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Dispur Campaign:দিছপুৰত প্ৰদ্যুৎ বৰদলৈ মাৰাথন প্ৰচাৰাভিযান

Atul Bora meets Mira Barthakur:দিছপুৰ সমষ্টিত নতুন সমীকৰণ !

Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

Transgender Welfare Board Meeting:

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত Transgender Welfare Board ৰ এখন নিয়মিত সভা সম্বোধন কৰে |

ADVERTISEMENT

Transgender Welfare Board ৰ অধ্যক্ষ হিচাপে মন্ত্ৰীগৰাকীয়ে সভাখনত প্ৰথমতে ব’ৰ্ডৰ পূৰ্বৰ কাৰ্যসমূহৰ বিষয়ে বুজ লয় | সভাখনত ট্ৰান্সজেণ্ডাৰসকলে সমাজত সন্মুখীন হৈ থকা সমস্যাৰ বিষয়ে বুজ লৈ এইক্ষেত্ৰত ব’ৰ্ডৰ কৰণীয়খিনিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে |

বিশেষকৈ ট্ৰান্সজেণ্ডাৰসকলৰ সমাজত গ্ৰহণযোগ্যতাৰ বিষয়ে সমাজৰ আন ব্যক্তিসকলৰ মাজত সজাগতা অনাৰ বাবে বিজ্ঞাপন আদিৰ সহায় লোৱাৰ বাবে মন্ত্ৰী হাজৰীকাই গুৰুত্ব দিয়ে |

তাৰোপৰি জিলা পৰ্যায়ত সজাগতা সভা আদিৰ আয়োজনৰ জড়িয়তেও মানুহৰ মাজত সজাগতা অনাৰ বাবে আজিৰ সভাতে সিদ্ধান্ত লোৱা হয় |

এই ক্ষেত্ৰত সোনকালেই প্ৰাথমিক পৰ্যায়ত নিৰ্বাচিত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে এখন ভিডিঅ’ কন্ফাৰেঞ্চত অংশ গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে |

Transgender Welfare Board ৰ আন সদস্যসকলৰ পৰামৰ্শৰ ভিত্তিত জিলা পৰ্যায়ত ট্ৰান্সজেণ্ডাৰসকলৰ কল্যাণ সমিতি গঠন কৰাৰ বাবেও আজিৰ সভাতে সিদ্ধান্ত লোৱা হয় |

অন্যহাতে অসম আৰক্ষীৰ সহযোগত Transgender Protection Cell গঠন কৰাৰ বিষয়েও আজি আলোচনা কৰা হয় আৰু মন্ত্ৰী হাজৰীকাই এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ব’ৰ্ডৰ সদস্যসকলক অৱগত কৰে |

আনহাতে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত ট্ৰান্সজেণ্ডাৰসকলৰ পঞ্জীয়নৰ বাবে থকা থকা ৰাষ্ট্ৰীয় প’ৰ্টেলত পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সজাগতা অনাৰ বাবে কাম কৰিবলৈ মন্ত্ৰী হাজৰীকাই উপস্থিত সদস্যসকলক আহ্বান জনায় |

সভাত অসম চৰকাৰৰ বহুকেইটা বিভাগৰ সচিব, অতিৰিক্ত তথা যুটীয়া সচিব, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক তথা ব’ৰ্ডৰ আন সদস্যসকল উপস্থিত থাকে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DispurJanata BhawanMeetingMinister Pijush HazarikaTransgender Welfare Board
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d