Accident : হৃদয় বিদাৰক ! পিতৃৰ স’তে মাংস কিনিবলৈ গৈ ঘূৰি নাহিল ডলী

f1001a79 b9a4 4f74 ba21 f9075affdbb0

Accident :

যোৱানিশা বিহপুৰীয়াৰ সন্তপুৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

ভয়ংকৰ দুৰ্ঘটনাই অকালতে প্ৰাণ গ’ল এগৰাকী সংবাদকৰ্মী ।

এখন তীব্ৰবেগী আলট্ৰা বাছে মহতিয়াই নিয়ে পিতৃ–কন্যাক।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ডলীৰ পিতৃ দিলীপ হাজৰিকা।

আহত দিলীপ হাজৰিকা বৰ্তমান চিকিৎসাধীন। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাছখনৰ চালকজন।

উল্লেখযোগ্য যে গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱতীগৰাকীৰ।

চাৰি দিনৰ ছুটী লৈ ঘৰলৈ গৈছিল যুৱতীগৰাকী। সন্ধিয়া পিতৃৰ স’তে ঘৰৰ পৰা ওলাই গৈ ঘূৰি নাহিলে ডলী।

ডলী হাজৰিকাৰ মৃ্ত্যুত কৃষি মন্ত্ৰী অতুল বৰাৰে শোক প্ৰকাশ ।

Exit mobile version