Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Viral video : চৰকাৰী চিকিৎসালয়ৰ ICU ত ঘূৰিছে গৰু, ভাইৰেল ভিডি’অ

publisher by publisher
November 20, 2022
in India, News
Reading Time: 1 min read
0
Viral video : চৰকাৰী চিকিৎসালয়ৰ ICU ত ঘূৰিছে গৰু, ভাইৰেল ভিডি’অ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

Viral video :

চৰকাৰী চিকিৎসালয়সমূহ লেতেৰা, ব্যৱহাৰৰ বাবে অনুপযুক্ত শৌচালয়, ৱাৰ্ডৰ চাৰিওফালে ঘূৰি ফুৰে কুকুৰ মেকুৰী । এনে ধৰণৰ অভিযোগ কেতিয়াবা শুনা যায়।

ADVERTISEMENT

অৱশ্যে, এইটো প্ৰথম বাৰৰ বাবে যে গৰুৰ দৰে এটা ডাঙৰ জন্তু আইচিইউত প্ৰৱেশ কৰিছে। মধ্য প্ৰদেশৰ এখন চৰকাৰী চিকিৎসালয়ৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ উত্থাপন কৰা হৈছে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আইচিইউত ঘূৰি ফুৰা গৰুটোৰ ভিডিঅ’ । ইয়াৰ পাছতেই ঘটনাটোৰ বিষয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । নিলম্বন কৰা হৈছে চিকিৎসালয় কৰ্তৃপক্ষই আইচিইউৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু এজন নিৰাপত্তাৰক্ষীক ।

ভাইৰেল ভিদিঅ’টোত ঠাইখনৰ নাম উল্লেখ নাথাকিলেও, ঘটনাটো মধ্য প্ৰদেশৰ ৰাজগড়ত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। ৰাজগড় জিলা চিকিৎসালয়ৰ আইচিইউ বিভাগত ঘূৰি ফুৰা গৰুৰ ফটো আৰু ভিডি’অ ইতিম্যেই ভাইৰেল (Viral Video) হৈ পৰিছে।

গৰুটোক ৰোগীৰ বিচনাৰ কাষত ঘূৰি ফুৰা দেখা যায়। ইয়াৰ ওপৰিও আশে পাশে সিঁচৰতি হৈ থকা চিকিৎসা আৱৰ্জনাও খাই আছে গৰুটোৱে ।

তথ্য অনুসৰি গৰুটো কিছু সময় ৱাৰ্ডত ঘূৰি ফুৰাৰ পাছত, নিৰাপত্তাৰক্ষীয়ে চিকিৎসালয়ৰ পৰা গৰুটোক উলিয়াই দিয়ে।

ইফালে, চিকিৎসালয়ত গৰু ঘূৰি ফুৰাৰ ঘটনা জানিব পৰাৰ পাছতো অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত, পাছতেই এজন আইচিইউ ভাৰপ্ৰাপ্ত কৰ্মচাৰী আৰু এজন নিৰাপত্তাৰক্ষীক নিলম্বন কৰা হয়। অৱশ্যে, চিকিৎসালয়খনৰ চিকিৎসক ৰাজেন্দ্ৰ কাটাৰিয়ে এইকথা মানি ল’ব নিবিচাৰিছিল।

জিলা চিকিৎসালয়ৰ পৰা এক বিবৃতিত তেওঁ কয়, “আইচিইউত ঘূৰি ফুৰা গৰুৰ বিষয়ে তথ্য পোৱাৰ পাছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।” দায়িত্বত থকা নিৰাপত্তাৰক্ষীজনক কৰ্তব্যত অৱহেলা কৰাৰ বাবে নিলম্বিত কৰা হৈছে। “

Viral video: Cow roams inside ICU in MP hospital

Read @ANI Story | https://t.co/izghfpef0i#MadhyaPradesh #ICU #hospital #cow pic.twitter.com/m3oEeD5Dgh

— ANI Digital (@ani_digital) November 19, 2022

ইফালে, এই ঘটনাৰ পাছতে বিৰোধীয়ে বিজেপি শাসিত ৰাজ্যখনত চিকিৎসা সেৱা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ আত্মীয়সকলেও এই অব্যৱস্থাৰ বিষয়ে জনাই।

তেওঁলোকে এইটোও কয় যে চিকিৎসালয়ৰ বিভিন্ন ঠাইত লেতেৰা পৰি আছে। অভিযোগ কৰা হৈছিল যদিও কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অৱশ্যে, জিলা চিকিৎসালয় কৰ্তৃপক্ষ আই চি ইউ বিভাগত গৰু প্ৰৱেশৰ ঘটনা পোহৰলৈ অহাৰ পাছতে অতি অস্বস্তিকৰ হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Madhya PrdeshSocial MediaViral Video
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d