Assu:সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি বটাঁ ঘোষণা

২০২৩ বৰ্ষৰ বাবে শিৱসাগৰৰ নাট্য শিল্পী প্ৰশান্ত শৰ্মালৈ অমূল্য কাকতি বটাঁ

WhatsApp Image 2023 02 05 at 12.47.57 PM 1

Assu:

সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবৰ্ষত প্ৰদান কৰি অহা অমূল্য কাকতি বটাঁ প্ৰাপকৰ নাম ঘোষণা কৰিছে ৷ ২০২৩ বৰ্ষৰ বাবে অমূল্য কাকতি বটাঁ আগবঢ়োৱা হৈছে শিৱসাগৰৰ বিশিষ্ট নাট্য শিল্পী প্ৰশান্ত শৰ্মাক ।

এই বটাঁটি অহা ন ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ সভাত নাট্য শিল্পী গৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি আছুৰ তথ্য আৰু প্ৰচাৰ গোটে জানিব দিয়ে ৷

Exit mobile version