Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

    Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

    পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

publisher by publisher
February 8, 2023
in Assam, News, Uncategorized
Reading Time: 2 mins read
0
1
SHARES
10
VIEWS
ShareShareShareShare

Youth 20 Inception Meeting :

25b6a325 b04e 48af b2a3 af9f65ed254eছয় ফেব্ৰুৱাৰীৰ পৰা আঠ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ উত্তৰ গুৱাহাটীস্থ আই আই টি গুৱাহাটীৰ ড:ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত যুৱ 20 গোটৰ প্ৰথম আৰম্ভণি সভা আজি সামৰণি পৰে ৷

ADVERTISEMENT

উল্লেখ্য যে ৰাষ্ট্ৰৰ যুৱপ্ৰজন্মৰ স’তে আলোচনা কৰিবলৈ আৰু পাঁচটা চিনাক্ত কৰা ৱাই-২০ বিষয়ৰ ওপৰত বিশেষ আলোচনা কৰা হয় ৱাই ২০ বৈঠকত ৷

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ac0292e6 f6cf 4702 89e4 af5bf3755ad5বৈঠকত প্ৰায় ৩৬ খন মহাবিদ্যালয়ৰ ১০ হেজাৰ যুৱকে ৱাই২০ চেমিনাৰ, বিতৰ্ক, কৰ্মশালা আৰু কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷

একেদৰে প্ৰায় ৪ হেজাৰ বিদ্যালয়ৰ ১০ লাখৰো অধিক শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰিছিল বৈঠকৰ আৰম্ভণিৰ বিভিন্ন আলোচনা চক্ৰ সমূহত ৷

আনহাতে জি ২০ দেশৰ ২১ জন বিদেশী প্ৰতিনিধি আৰু ২০০ জন ভাৰতীয় প্ৰতিনিধিয়ে মুখ্য অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছিল।

1f2bcf1d 0757 461b 9f13 27f90efdd2f1কাৰ্যসূচী অনুসৰি ছয় ফেব্ৰুৱাৰীত ব্ৰহ্মপুত্ৰৰ মাজৰ বালিচৰত বাৰেৰহনীয়া জনগোষ্ঠীয় অনুষ্ঠান হয় ৷ ইয়াৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক সন্ধিয়াত বলিউদৰ জনপ্ৰিয় গায়ক পাপনে অংশ লৈ শীতৰ সন্ধিয়াটি জিপাল কৰি তোলে ।

আনহাতে মঙলবাৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৱাই ২০ত ভাগ লোৱা প্ৰতিনিধিৰ স’তে এক বাৰ্তালাপত অংশগ্ৰহণ কৰে।

তেওঁ কয় যে ৱাই-২০ গোটে যুৱ-কেন্দ্ৰিক প্ৰচেষ্টাৰ উদাহৰণ দিব আৰু ৱাই-২০ সন্মিলনে যুৱসকলৰ দ্বাৰা ধাৰণা কৰা নীতিগত ব্যৱস্থাসমূহ প্ৰদৰ্শন কৰিব। মহিলাৰ কণ্ঠস্বৰ কেনেদৰে সৰ্বশ্ৰেষ্ঠভাৱে শুনিব পাৰি সেই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে চৰকাৰে মহিলাৰ নেতৃত্বত হোৱা উন্নয়নত বিশ্বাস কৰে।

ভাৰতৰ ৰাষ্ট্ৰপতি এগৰাকী জনজাতীয় মহিলা যি কেৱল তেওঁৰ যোগ্যতাৰ বাবে নম্ৰ পৃষ্ঠভূমিৰ পৰা উঠিছে। ভাৰতৰ বাবে শেহতীয়া বাজেট বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উপস্থাপন কৰিছিল ৷

ষ্টাৰ্ট-আপসমূহক কেনেদৰে উৎসাহিত কৰিব পাৰি বুলি সোধা এক প্ৰশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা কেইবছৰমানত কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ ফলত ভাৰত বিশ্বৰ ষ্টাৰ্ট-আপৰ বাবে অন্যতম বৃহৎ পৰিস্থিতিতন্ত্ৰ হৈ পৰিছে। ২০১৬ৰ পৰা ২০২২ লৈকে ৮৪ হেজাৰৰো অধিক ষ্টাৰ্ট-আপ স্থাপন কৰা হৈছে ৷

ৱাই২০আৰম্ভণি সভাৰ দ্বিতীয় দিনৰ অধিৱেশনত পাঁচটা বিষয়ৰ ওপৰত পেনেল আলোচনা হয় ৷ “শান্তি নিৰ্মাণ আৰু মীমাংসা: যুদ্ধ বিহীন যুগৰ সূচনা শীৰ্ষক বিষয়বস্তুৰ ওপৰত অনুষ্ঠিত আলোচনা চক্ৰত দেশৰ প্ৰাক্তন সেনা প্ৰধান তথা কেন্দ্ৰীয় বৈদেশিক ৰাজ্য মন্ত্ৰী জেনেৰেল ভি কে সিঙে কয় যে এক সামগ্ৰিক সমাজ গঢ়ি তোলা টো গুৰুত্বপূৰ্ণ য’ত সকলোৱে বিকাশৰ সুযোগ পায় আৰু আমি ভাৰতত এনে কৰিছো।

ভাৰতত আমি উগ্ৰপন্থীৰ সৈতে কথা পাতো। আমি কেৱল শেষ উপায় হিচাপে বল প্ৰয়োগ কৰোঁ। এনেদৰেই আমি বাৰে বাৰে সংঘটিত হোৱা বিভিন্ন বিবাদৰ সমাধান কৰিবলৈ সক্ষম হৈছো ৷

আন এজন আলোচক বাংগালুৰুৰ সাংসদ তেজস্বী সূৰ্যই কয় যে যদি জনগাঁথনিৰ এটা অংশ যুদ্ধৰ জৰিয়তে অসামঞ্জস্যপূৰ্ণভাৱে প্ৰভাৱিত হয় সেয়া হৈছে যুৱ সকল। যুদ্ধ আৰু শান্তি সম্পৰ্কীয় সকলো আলোচনাৰ ওপৰত যুৱসকলক মেজত ৰখাটো অতি গুৰুত্বপূৰ্ণ।

প্ৰাক্তন সেনা বিষয়া তথা যুদ্ধ বিশেষজ্ঞ লেফটেনেণ্ট জেনেৰেল সতীশ দুয়াই কয় যে , শান্তি নিশ্চিত কৰাটো সৈন্যবাহিনীৰ কাম আছিল ৷সেইবাবেই সদায় শান্তিৰ বাৰ্তাৰ পক্ষত থকা ভাৰতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত যোগ দি নিৰন্তৰ ভাৱে নিজৰ কাম কৰি গৈছে ।

আলোচনাত অংশ লৈ প্ৰাক্তন আলফা বিপুল কলিতা ওৰফে প্ৰদীপ ভৰালীয়ে কয় যে তেওঁ ২০০০ চনত চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। তেওঁ কৈছিল যে তেওঁ আলফাত যোগদান কৰিছিল বিশ্বাস কৰিছিল যে অসম ভাৰতৰ অংশ হ’ব নালাগে।

কিন্তু তেওঁলোকে দেখিলে যে তেওঁলোক ভুল আছিল৷ অসমৰ ৯৮% লোকে অসমৰ ধাৰণাটো সমৰ্থন নকৰে সেয়েহে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ সমৰণ কৰিছিল।

আনহাতে নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ প্ৰাক্তন সদস্য এ ৱাৰিয়ে কয়, ২০০৫ চনৰে পৰা তেওঁ সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী আছিল ৷

এই সন্দৰ্ভত তেওঁ কৈছিল যে তেওঁ প্ৰথমতে মূলসুঁতিলৈ অহা নাছিলো কিন্ত পৰৱৰ্তী সময়ত অনুধাৱন কৰিছিলো যে আমাৰ পদক্ষ ভূল৷সেয়েহে মূলসুঁতিত যোগদান কৰিব বিচাৰিছিলো আৰু পৰৱ সময়ত অস্ত্ৰ সমৰণ কৰি মুলসুঁতিলৈ উভতি আহো ৷

আলোচনাত আন এজন আলোচক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কয়, জনসাধাৰণৰ আশা-আকাংক্ষাক এক সংঘাত নিষ্পত্তি প্ৰণালী হিচাপে বিৰোধিতা আৰু সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত দেশৰ বিশ্ব চেম্পিয়ন বক্সাৰ সৰিতা দেৱীয়ে তেওঁ জীৱনত কেনেদৰে ক্ৰীড়া এক প্ৰেৰণাদায়ক কাৰক আছিল সেই যাত্ৰা কৰিছিল তাৰ ওপৰত এক বিস্তৃত আলোকপাত দাঙি ধৰে ৷

ছয় ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা য়ুথ ২০ সমাৰোহৰ কাৰ্যসূচী অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীৰ দ্বাৰা শ্বেতপত্ৰ মুকলি কৰাৰ লগে লগে সামৰণি পৰে য়ুৱ ২০ আৰম্ভণি বৈঠক ৷

বৈঠক সম্পৰ্কত আজি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি জি ২০ দেশ সমূহৰ পৰা অহা যুৱ প্ৰতিনিধি সকলৰ অংশ গ্ৰহণে এক নতুন মাত্ৰা প্ৰদান কৰে বুলি উল্লেখ কৰে ৷

সংবাদমেলত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু সহ ক্ৰীড়া মন্ত্ৰণালয়ৰ সচিত মীতা ৰাজিৱলোচন সহ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamGuwahatiyouth 20
publisher

publisher

Related Posts

Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল
India

May 12, 2025
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
News

Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

May 12, 2025
পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 
India

পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 

May 12, 2025
Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত
Uncategorized

Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত

May 12, 2025
প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 
Entertainment

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

May 12, 2025
India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা
India

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d