Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

publisher by publisher
February 8, 2023
in Assam, News, Uncategorized
Reading Time: 2 mins read
0
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Youth 20 Inception Meeting :

ছয় ফেব্ৰুৱাৰীৰ পৰা আঠ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ উত্তৰ গুৱাহাটীস্থ আই আই টি গুৱাহাটীৰ ড:ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত যুৱ 20 গোটৰ প্ৰথম আৰম্ভণি সভা আজি সামৰণি পৰে ৷

ADVERTISEMENT

উল্লেখ্য যে ৰাষ্ট্ৰৰ যুৱপ্ৰজন্মৰ স’তে আলোচনা কৰিবলৈ আৰু পাঁচটা চিনাক্ত কৰা ৱাই-২০ বিষয়ৰ ওপৰত বিশেষ আলোচনা কৰা হয় ৱাই ২০ বৈঠকত ৷

বৈঠকত প্ৰায় ৩৬ খন মহাবিদ্যালয়ৰ ১০ হেজাৰ যুৱকে ৱাই২০ চেমিনাৰ, বিতৰ্ক, কৰ্মশালা আৰু কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷

একেদৰে প্ৰায় ৪ হেজাৰ বিদ্যালয়ৰ ১০ লাখৰো অধিক শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰিছিল বৈঠকৰ আৰম্ভণিৰ বিভিন্ন আলোচনা চক্ৰ সমূহত ৷

আনহাতে জি ২০ দেশৰ ২১ জন বিদেশী প্ৰতিনিধি আৰু ২০০ জন ভাৰতীয় প্ৰতিনিধিয়ে মুখ্য অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছিল।

কাৰ্যসূচী অনুসৰি ছয় ফেব্ৰুৱাৰীত ব্ৰহ্মপুত্ৰৰ মাজৰ বালিচৰত বাৰেৰহনীয়া জনগোষ্ঠীয় অনুষ্ঠান হয় ৷ ইয়াৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক সন্ধিয়াত বলিউদৰ জনপ্ৰিয় গায়ক পাপনে অংশ লৈ শীতৰ সন্ধিয়াটি জিপাল কৰি তোলে ।

আনহাতে মঙলবাৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৱাই ২০ত ভাগ লোৱা প্ৰতিনিধিৰ স’তে এক বাৰ্তালাপত অংশগ্ৰহণ কৰে।

তেওঁ কয় যে ৱাই-২০ গোটে যুৱ-কেন্দ্ৰিক প্ৰচেষ্টাৰ উদাহৰণ দিব আৰু ৱাই-২০ সন্মিলনে যুৱসকলৰ দ্বাৰা ধাৰণা কৰা নীতিগত ব্যৱস্থাসমূহ প্ৰদৰ্শন কৰিব। মহিলাৰ কণ্ঠস্বৰ কেনেদৰে সৰ্বশ্ৰেষ্ঠভাৱে শুনিব পাৰি সেই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে চৰকাৰে মহিলাৰ নেতৃত্বত হোৱা উন্নয়নত বিশ্বাস কৰে।

ভাৰতৰ ৰাষ্ট্ৰপতি এগৰাকী জনজাতীয় মহিলা যি কেৱল তেওঁৰ যোগ্যতাৰ বাবে নম্ৰ পৃষ্ঠভূমিৰ পৰা উঠিছে। ভাৰতৰ বাবে শেহতীয়া বাজেট বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উপস্থাপন কৰিছিল ৷

ষ্টাৰ্ট-আপসমূহক কেনেদৰে উৎসাহিত কৰিব পাৰি বুলি সোধা এক প্ৰশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা কেইবছৰমানত কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ ফলত ভাৰত বিশ্বৰ ষ্টাৰ্ট-আপৰ বাবে অন্যতম বৃহৎ পৰিস্থিতিতন্ত্ৰ হৈ পৰিছে। ২০১৬ৰ পৰা ২০২২ লৈকে ৮৪ হেজাৰৰো অধিক ষ্টাৰ্ট-আপ স্থাপন কৰা হৈছে ৷

ৱাই২০আৰম্ভণি সভাৰ দ্বিতীয় দিনৰ অধিৱেশনত পাঁচটা বিষয়ৰ ওপৰত পেনেল আলোচনা হয় ৷ “শান্তি নিৰ্মাণ আৰু মীমাংসা: যুদ্ধ বিহীন যুগৰ সূচনা শীৰ্ষক বিষয়বস্তুৰ ওপৰত অনুষ্ঠিত আলোচনা চক্ৰত দেশৰ প্ৰাক্তন সেনা প্ৰধান তথা কেন্দ্ৰীয় বৈদেশিক ৰাজ্য মন্ত্ৰী জেনেৰেল ভি কে সিঙে কয় যে এক সামগ্ৰিক সমাজ গঢ়ি তোলা টো গুৰুত্বপূৰ্ণ য’ত সকলোৱে বিকাশৰ সুযোগ পায় আৰু আমি ভাৰতত এনে কৰিছো।

ভাৰতত আমি উগ্ৰপন্থীৰ সৈতে কথা পাতো। আমি কেৱল শেষ উপায় হিচাপে বল প্ৰয়োগ কৰোঁ। এনেদৰেই আমি বাৰে বাৰে সংঘটিত হোৱা বিভিন্ন বিবাদৰ সমাধান কৰিবলৈ সক্ষম হৈছো ৷

আন এজন আলোচক বাংগালুৰুৰ সাংসদ তেজস্বী সূৰ্যই কয় যে যদি জনগাঁথনিৰ এটা অংশ যুদ্ধৰ জৰিয়তে অসামঞ্জস্যপূৰ্ণভাৱে প্ৰভাৱিত হয় সেয়া হৈছে যুৱ সকল। যুদ্ধ আৰু শান্তি সম্পৰ্কীয় সকলো আলোচনাৰ ওপৰত যুৱসকলক মেজত ৰখাটো অতি গুৰুত্বপূৰ্ণ।

প্ৰাক্তন সেনা বিষয়া তথা যুদ্ধ বিশেষজ্ঞ লেফটেনেণ্ট জেনেৰেল সতীশ দুয়াই কয় যে , শান্তি নিশ্চিত কৰাটো সৈন্যবাহিনীৰ কাম আছিল ৷সেইবাবেই সদায় শান্তিৰ বাৰ্তাৰ পক্ষত থকা ভাৰতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত যোগ দি নিৰন্তৰ ভাৱে নিজৰ কাম কৰি গৈছে ।

আলোচনাত অংশ লৈ প্ৰাক্তন আলফা বিপুল কলিতা ওৰফে প্ৰদীপ ভৰালীয়ে কয় যে তেওঁ ২০০০ চনত চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। তেওঁ কৈছিল যে তেওঁ আলফাত যোগদান কৰিছিল বিশ্বাস কৰিছিল যে অসম ভাৰতৰ অংশ হ’ব নালাগে।

কিন্তু তেওঁলোকে দেখিলে যে তেওঁলোক ভুল আছিল৷ অসমৰ ৯৮% লোকে অসমৰ ধাৰণাটো সমৰ্থন নকৰে সেয়েহে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ সমৰণ কৰিছিল।

আনহাতে নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ প্ৰাক্তন সদস্য এ ৱাৰিয়ে কয়, ২০০৫ চনৰে পৰা তেওঁ সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী আছিল ৷

এই সন্দৰ্ভত তেওঁ কৈছিল যে তেওঁ প্ৰথমতে মূলসুঁতিলৈ অহা নাছিলো কিন্ত পৰৱৰ্তী সময়ত অনুধাৱন কৰিছিলো যে আমাৰ পদক্ষ ভূল৷সেয়েহে মূলসুঁতিত যোগদান কৰিব বিচাৰিছিলো আৰু পৰৱ সময়ত অস্ত্ৰ সমৰণ কৰি মুলসুঁতিলৈ উভতি আহো ৷

আলোচনাত আন এজন আলোচক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কয়, জনসাধাৰণৰ আশা-আকাংক্ষাক এক সংঘাত নিষ্পত্তি প্ৰণালী হিচাপে বিৰোধিতা আৰু সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত দেশৰ বিশ্ব চেম্পিয়ন বক্সাৰ সৰিতা দেৱীয়ে তেওঁ জীৱনত কেনেদৰে ক্ৰীড়া এক প্ৰেৰণাদায়ক কাৰক আছিল সেই যাত্ৰা কৰিছিল তাৰ ওপৰত এক বিস্তৃত আলোকপাত দাঙি ধৰে ৷

ছয় ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা য়ুথ ২০ সমাৰোহৰ কাৰ্যসূচী অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীৰ দ্বাৰা শ্বেতপত্ৰ মুকলি কৰাৰ লগে লগে সামৰণি পৰে য়ুৱ ২০ আৰম্ভণি বৈঠক ৷

বৈঠক সম্পৰ্কত আজি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি জি ২০ দেশ সমূহৰ পৰা অহা যুৱ প্ৰতিনিধি সকলৰ অংশ গ্ৰহণে এক নতুন মাত্ৰা প্ৰদান কৰে বুলি উল্লেখ কৰে ৷

সংবাদমেলত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু সহ ক্ৰীড়া মন্ত্ৰণালয়ৰ সচিত মীতা ৰাজিৱলোচন সহ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamGuwahatiyouth 20
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d