Dead Body Found In Well :মহানগৰীৰ বামুণীমৈদামত ভয়ংকৰ ঘটনা

পৰিত্যক্ত কুঁৱাত উদ্ধাৰ মৃতদেহ

WhatsApp Image 2023 02 10 at 16.53.08 1

Dead Body Found In Well :

মহানগৰীৰ সদাব্যস্ত বামুনীমৈদামত চাঞ্চল্যকৰ ঘটনা ৷ ৰেল’ৱে ক্ৰছি’ৰ পৰিত্যক্ত কুঁৱাত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটো এজন পুৰুষৰ বুলি নিশ্চিত কৰিছে চান্দমাৰী আৰক্ষীয়ে ৷

এই পৰ্যন্ত চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই চান্দমাৰী আৰক্ষী ৷ ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷

Exit mobile version