30 Cattle Heads Rescued In Nagaon:নগাঁৱত গৰু ভৰ্তি ট্ৰাক জব্দ, উদ্ধাৰ ৩০ টা গৰু

WhatsApp Image 2023 02 11 at 19.19.46

30 Cattle Heads Rescued In Nagaon:

নগাঁৱৰ ৰহাত গৰু ভৰ্তি ট্ৰাক জব্দ ৷ জব্দকৃত ট্ৰাকৰ পৰা উদ্ধাৰ ৩০ টাকৈ গৰু। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰহা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত হাৰিয়ানাৰ পঞ্জীয়নভূক্ত এখন ট্ৰাকত তালাচী চলায় ৷

ট্ৰাক খনত উদ্ধাৰ হয় ৩০ টাকৈ গৰু ৷ বোকাখাতৰ পৰা আহি আছিল ট্ৰাক খন ৷ আৰক্ষীয়ে গৰু সৰবৰাহৰ স’তে জড়িত থকাৰ অভিযোগত ট্ৰাক খনৰ চালক ইক্ৰামুল হকক গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version