Guwahti High Court New CJ:গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ

চাৰি উচ্চ ন্যায়ালয়তো নতুন মুখ্য ন্যায়াধীশ নিযুক্তি

WhatsApp Image 2023 02 13 at 16.21.40

Guwahti High Court New CJ:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে সন্দীপ মেহতাক ৷ মেহতা ইয়াৰ পূৰ্বে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিয়োজিত আছিল ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে আন চাৰিখন উচ্চ ন্যায়ালয়তো নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে ৷ সেই অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কটিশ্বৰ সিঙক জম্মু-কাশ্মীৰ- লাডাখৰ মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি দিয়াৰ বিপৰীতে ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশোৱন্ত সিঙক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে ৷

ইতিমধ্যে এই কথা টুইট যোগে সদৰি কৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে

Exit mobile version