Cotton AASU Pressmeet : কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা

WhatsApp Image 2023 02 21 at 20.15.53

 Cotton AASU Pressmeet :

কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা । কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সমূহীয়া সিদ্ধান্ত সংবাদমেল যোগে প্ৰকাশ ।”বৰ্তমান কটনত আছুৰ কোনো গোট নাই ।”

আছুৰ বেনাৰত কটনত কোনোধৰণৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলিও ঘোষণা কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সভাপতি প্ৰাঞ্জল সোনোৱালৰ ।

কেন্দ্ৰীয় নেতৃত্বৰে সাংগঠনিক মতবিৰোধৰ বাবেই এই সিদ্ধান্ত । কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সমূহীয়া অব্যাহতি । আছুৰ কেন্দ্ৰীয় সমিতিয়ে দীৰ্ঘ সময়ৰ পৰা কটন বিশ্ববিদ্যালয়ক বঞ্চনা কৰি অহাৰো অভিযোগ । “কটনে পাবলগীয়া মৰ্যাদা পোৱা নাই আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা ।”

Exit mobile version