Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

শাসকীয় দলৰ প্ৰতিনিধিয়ে হ‌ওক বা বিৰোধী দলৰ সকলোৱে সংসদৰ মৰ্যাদাৰ ৰক্ষক : ৰাষ্ট্ৰপতি কোবিন্দ

publisher by publisher
November 26, 2021
in India, News
Reading Time: 1 min read
0
শাসকীয় দলৰ প্ৰতিনিধিয়ে হ‌ওক বা বিৰোধী দলৰ সকলোৱে সংসদৰ মৰ্যাদাৰ ৰক্ষক : ৰাষ্ট্ৰপতি কোবিন্দ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

PM Narendra Modi : বিদায়ী ৰাষ্ট্রপতিক ‘অপমান’ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে !

Presidential Election 2022 : কোন হ’ব ভাৰতৰ পৰৱর্তী ৰাষ্ট্রপতি ? আজি ঘোষণা হ’ব নির্বাচনৰ দিন

ৰাষ্ট্ৰপতি আহিল,‌ বিধানসভাতে এলাগী হৈ ৰ’ল ভেনিটি ভেন

‘শাসকীয় দলৰ প্ৰতিনিধিয়ে হ‌ওক বা বিৰোধী দলৰ সকলোৱে সংসদৰ মৰ্যাদাৰ ৰক্ষক’ এই মত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ । আজি পাৰ্লিয়ামেণ্ট হাউচৰ চেণ্ট্ৰেল হলত ভাৰতীয় সংসদীয় দলৰ সদস্যৰ দ্বাৰা আয়োজিত সংবিধান দিৱসৰ অনুষ্ঠানত তেওঁ এই বক্তব্য ৰাখে ।

ADVERTISEMENT

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, সংসদ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ শীৰ্ষত । ৰাষ্ট্ৰপতি কোবিন্দে কয় যে, মতৰ ভিন্নতা থাকিব পাৰে; কিন্তু কোনো পাৰ্থক্য ইমান বিশাল হোৱা উচিত নহয় যে জনসেৱাৰ প্ৰকৃত উদ্দেশ্যকে বাধাগ্ৰস্ত কৰে । শাসকীয় দলৰ সদস্য আৰু বিৰোধী দলৰ সদস্য‌ৰ মাজত প্ৰতিদ্বন্দ্বিতা থকাতো স্বাভাৱিক – কিন্তু এই প্ৰতিদ্বন্দিতা আৰু ভাল প্ৰতিনিধি হোৱা তথা জনকল্যাণৰ বাবে আৰু ভাল কাম কৰিবলৈ হোৱা উচিত । তেতিয়াহে ই সুস্থ প্ৰতিযোগিতা হিচাপে বিবেচিত হ’ব । সংসদত হোৱা প্ৰতিদ্বন্দিতাক অৰিয়াঅৰিৰ স’তে বিভ্ৰান্ত কৰা উচিত নহয় । আমি সকলোৱে বিশ্বাস কৰো যে সংসদ ‘গণতন্ত্ৰৰ মন্দিৰ’ । সেয়ে সংসদৰ প্ৰত্যেকজন সদস্যৰ দায়িত্ব তেওঁলোকে তেওঁলোকৰ উপাসনালয়ত যেনে শ্ৰদ্ধাৰ মনোভাৱেৰে আচৰণ কৰে গণতন্ত্ৰৰ মন্দিৰতো তেনে আচৰণ কৰা ।

ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ কয় যে, বিৰোধী দল গণতন্ত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান । কাৰ্যকৰ বিৰোধী দল নাথাকিলে গণতন্ত্ৰ অকাৰ্যকৰী হৈ পৰে । এইটো প্ৰত্যাশিত মে চৰকাৰ আৰু বিৰোধী দলে, তেওঁলোকৰ মতপাৰ্থক্যৰ স্বত্ত্বেও নাগৰিকৰ সৰ্বোত্তম স্বাৰ্থে একেলগে কাম কৰি যাব । আমাৰ সংবিধান প্ৰণেতাসকলে এইটো কল্পনা কৰিছিল আৰু ই ৰাষ্ট্ৰ গঠনৰ বাবেও প্ৰয়োজনীয় ।

President Ram Nath Kovind graces the Constitution Day celebrations at the Central Hall of Parliament.

Details: https://t.co/v0dme8q7lu pic.twitter.com/v5v0rI7Yh3

— President of India (@rashtrapatibhvn) November 26, 2021

ৰাষ্ট্ৰপতি কোবিন্দে লগতে কয় যে, শেহতীয়াকৈ আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০তম জন্মবাৰ্ষিকী উদ্‌যাপন কৰিছো । এতিয়া আমি স্বাধীনতাৰ ৭৫তম বাৰ্ষিকী উদ্‌যাপন কৰিছো । এইটো আমাৰ বাবে আনন্দৰ বিষয় যে সমগ্ৰ দেশৰ মানুহে ‘আজাদি কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে আয়োজিত বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে । সাধাৰণ নাগৰিকৰ উদ্দীপনাৰ পৰা এইটো স্পষ্ট হয় যে তেওঁলোকৰ হৃদয়ত পৰিচিত-অপৰিচিত মুক্তিযুদ্ধাসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছে, যিসকলৰ আত্মত্যাগৰ ফলত আমি স্বাধীনতাৰ বতাহত শ্বাস ল’ব পাৰিছো ।

তেওঁ কয় যে, এই ঐতিহাসিক ঘটনাসমূহক স্মৰণে আমাক সেই মূল্যবোধৰ কথা সোঁৱৰাই দিয়ে যাৰ বাবে আমাৰ মুক্তিযুদ্ধাসকলে যুঁজিছিল । আমাৰ সংবিধানৰ প্ৰস্তাৱনাত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ মূল্যবোধ সন্নিৱিষ্ট হৈ আছে । তেওঁ সকলোকে আমাৰ দৈনন্দিন জীৱনত সেই মহান ৰাষ্ট্ৰীয় আদৰ্শ অনুসৰণৰ বাবে নিজকে পুনৰ উৎসৰ্গা কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, এই আদৰ্শসমূহ অনুসৰণ কৰি আমি বিশ্ব দৰবাৰত আমাৰ মৰ্যাদা অধিক বৃদ্ধি কৰিব পাৰিম আৰু যিকিনো প্ৰত্যাহ্বানৰ বিৰুদ্ধে কাৰ্যকৰভাৱে যুঁজ দিব পাৰিম ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Constitution DayRAM NATH KOVIND
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d