Kharghuli Accident : মহানগৰীৰ খাৰঘুলিত নিশা অঘটন !

পাহাৰৰ পৰা বাগৰি পৰিল ডাম্পাৰ, থিতাতে মৃত্যু এজনৰ

1585612c 2355 4b59 954c 2bdc6c2d20fb

Kharghuli Accident :

দুৰ্গম পথ আৰু চালকৰ অসাৱধানবশতঃ পাহাৰীয়া পথৰ পৰা তললৈ সৰি পৰে বাহনখন।

ADVERTISEMENT

মহানগৰীৰ খাৰঘুলিত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

খাৰখুলিৰ অমিয়নগৰত পাহাৰৰ পৰা প্ৰায় ২০ ফুট তলত পৰে ডাম্পাৰ বাহনখন।

ফলত মৃত্যু হয় এগৰাকী লোকৰ। লোকজনৰ নাম বলিউডৰ আলী।

অৱশ্যে এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে আন তিনিজনলোকৰ ।

উল্লেখ্য যে , খাৰঘুলিৰ জাইকা পানী যোগান প্ৰকল্প ব্যৱহৃত আছিল বাহনখন।

পাহাৰীয়া আৰু দুৰ্গম পথত ডাম্পাৰ খনৰ চালকৰ অসাৱধানতাৰ বাবে পথৰ পৰা তললৈ সৰি পৰে বাহনখন।

Exit mobile version