Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Hair : আপোনাৰ বাৰু চুলি সৰিছে নেকি ? তেন্তে চুলি সৰাৰ প্ৰকৃত কাৰণ জানিবলৈ পঢ়ক

publisher by publisher
October 29, 2022
in Health, Lifestyle
Reading Time: 2 mins read
0
Hair : আপোনাৰ বাৰু চুলি সৰিছে নেকি ? তেন্তে চুলি সৰাৰ প্ৰকৃত কাৰণ জানিবলৈ পঢ়ক
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

হেয়াৰ স্পা, ছিৰামে কাম কৰা নাই ?

Hair : অতি কম বয়সত চুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ

Hair :

চুলি সৰা সমস্যা কম-বেছি পৰিমাণে সকলোৰে আছে । আমেৰিকাৰ একাডেমি অৱ ডাৰ্মাটোলজিষ্টৰ মতে , মানুহৰ প্ৰতিদিনে প্ৰায় ৯০-১০০ ডাল চুলি সৰাটো স্বাভাৱিক কথা । কেতিয়াবা টোপনিৰ অভাৱ বা অতিৰিক্ত চিন্তা-ভাৱনাৰ বাবেও চুলি সৰা সমস্যাৰ উদ্ভৱ হ’ব পাৰে আৰু কিছু লোকৰ বংশগত কাৰণতো চুলি সৰিব পাৰে ।

ইয়াৰ লগতে অনিয়ন্ত্ৰিত মানসিক চাপ , চুলিত অত্যাধিক প্ৰসাধন ব্যৱহাৰ কৰা , মূৰৰ ছালৰ সংক্ৰমণ , হৰম’নৰ প্ৰভাৱ পিচিঅএচ বা ফাইব্ৰয়েড , থায়ৰয়েডৰ সমস্যা , ডায়বেটিছ , কৰ্কট ৰোগৰ চিকিৎসা , বিপাক সমস্যা আদি কাৰণৰ বাবেও চুলি সৰা সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

ADVERTISEMENT

ইয়াৰমাজৰ ছটা কাৰণৰ বাবে বেছিভাগ মানুহ চুলি সৰা সমস্যাত ভোগে । অৱশ্যে এই বিষয়সমূহৰ কথা বহুতেই জ্ঞাত নহয়।

চুলি সৰা বিভিন্ন কাৰণসমূহ হৈছে –

বেছিভাগ মহিলাই চুলি ষ্ট্ৰেট বা কাৰ্ল কৰোতে অতিৰিক্ত তাপ দিয়ে । এনেধৰণে দৈনিক চুলি হিট দিয়াৰ কাৰণে চুলিৰ কেৰাটিনৰ ক্ষতি হয় । ফলত চুলি চিগি যোৱাও পৰিলক্ষিত হয় ।

চুলিৰ বিভিন্ন ষ্টাইল কৰাৰ বাবে ব্যৱহাৰ কৰা প্ৰসাধনৰ কাৰণে চুলিত ৰোগৰ সৃষ্টি হয় । ফলত মানুহৰ চুলি সৰা সমস্যাই দেখা দিয়ে । কেতিয়াবা কেতিয়াব চুলিৰ ট্ৰেকশ্যন এলোপেচিয়া হলেও নতুন চুলি নগজে । তেতিয়া চুলিৰ ষ্টাইল সলনি কৰিবলগীয়া হয় ।

 চুলিত বিভিন্ন ধৰণৰ চেম্পু , কণ্ডিশ্যনাৰ আৰু গৰম পানী ব্যৱহাৰ কৰা অনুচিত । যিহেতু মূৰত সদায় ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে চুলিৰ আদ্ৰতা ঠিকে থাকে লগতে অত্যাধিক চেম্পু ব্যৱহাৰ কৰাটোও চুলিৰ কাৰণে ক্ষতিকাৰক । বেছিকৈ চেম্পু ব্যৱহাৰ কৰিলে ছালৰ তৈল অংশ শুকাই যাই আৰু চুলি সৰিবলৈ আৰম্ভ কৰে ।

 চুলিত নিয়মিত ট্ৰিম কৰিব লাগে । প্ৰতি ৬-৮ সপ্তাহ অন্তৰে অন্তৰে ট্ৰিম কৰিলে চুলি সোনকালে দীঘল হয় । এজোপা গছৰ যেনেকৈ মাজে –মাজে ডাল-পাতসমূহ কটাৰ প্ৰয়োজন , ঠিক তেনেকৈ আমাৰ চুলিও মাজে-সময়ে কাটি থাকিব লাগে । ই নতুন চুলি গজাত সহায় কৰে ।

চেলফেটছ , প্যাৰাবেনচ ও এলক’হলযুক্ত চুলিৰ পণ্য ব্যৱহাৰ কৰিব নালাগে । এনে প্ৰসাধনৰ কাৰণেও বেছিভাগ মানুহৰ চুলি আধাতে চিঙি যোৱাৰ উপক্ৰম হয় । মুঠতে অৰ্গেনিকযুক্ত প্ৰসাধন চুলিত ব্যৱহাৰ কৰি চুলিৰ যত্ন লোৱাটো প্ৰয়োজন ।

 বৰ্তমান কৰ্মব্যস্ত জীৱনত সকলোৱেই অত্যাধিক চাপ বা দুশ্চিন্তাত থাকে ।ষ্ট্ৰেচ বাঢ়িলে কাৰ্টিচল হৰম’ন নি:সৰণ বাঢ়ি যায় আৰু বৃদ্ধি হোৱা এই প্ৰদাহে চুলিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে ।

তেনেক্ষেত্ৰত চুলি সৰা সমস্যাৰ সমাধান কৰিবলৈ আপোনাৰ খাদ্য তালিকাত বিশেষ ধ্যান দিয়া আৱশ্যকতা আছে । চৰ্বিহীন প্ৰোটিন, নেমুটেঙা , বাদাম, গোটা শস্য ও ভাল চৰ্বিযুক্ত আহাৰে চুলি সৰা সমস্যাৰ পৰা মুক্তি দিব পাৰে ।

একেদৰে ভিটামিন বি , এমিনো এচিদ , আয়ৰণ আৰু জিংক সদায়েই খাদ্য তালিকাত ৰাখিব লাগে । যি সদায় চুলিত পুষ্টি যোগান ধৰি মূৰৰ ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: American Academy of DermatologyHaifalHairStress
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d