Fagun’s Rain Finally Arrived:ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা-বৰষুণ

অৱশেষত গুৱাহাটী মহানগৰীতো হ'ল মুষলধাৰ বৰষুণ

WhatsApp Image 2023 02 23 at 13.10.05

Fagun’s Rain Finally Arrived:

বহু অপেক্ষাৰ অন্ত পেলাই অৱশেষত ফাগুনৰ প্ৰথম জাক বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যোৱা নিশা দিয়ে ৷ গুৱাহাটীটো প্ৰচণ্ড ধুমুহা- বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পিছতে গুৱাহাটীত মুষলধাৰ বৰষুণ আৰম্ভ হয় ৷

আনহাতে উজনিৰ কে’বা খনো জিলাত দিয়া প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টিত বহু লোকৰ ঘৰ-দুৱাৰ, খেতিপথাৰ ক্ষতিগ্ৰস্ত হয় ৷ একেদৰে মধ্য অসমতো যোৱা নিশা হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণে বহু ক্ষতিসাধন কৰে ৷ নগাঁও জিলাৰ কামপুৰৰ

তেঁতেলীসৰাকে ধৰি বিভিন্ন এলেকাত নিশাৰ ধুমুহাত তিনি মিনিটৰ ভিতৰতে উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ । গছ-গছনি উভালি পৰাত বহু চৰাই – চিৰিকটিৰ মৃত্যু হয় ৷

Exit mobile version