Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Philippines flood :  ফিলিপাইনছত প্ৰচণ্ড বৃষ্টিপাত আৰু বানপানীত মৃত্যু ৯৮ সন্ধানহীন অৰ্ধ শতাধিক

publisher by publisher
October 31, 2022
in International, News
Reading Time: 2 mins read
0
Philippines flood :  ফিলিপাইনছত প্ৰচণ্ড বৃষ্টিপাত আৰু বানপানীত মৃত্যু ৯৮ সন্ধানহীন অৰ্ধ শতাধিক
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

বানপীড়িত নেপালত ৫১ জন লোকৰ মৃত্যু!

North Bengal Flood Situation:উত্তৰ বংগৰ দুৰ্যোগত বিপৰ্যস্ত বন্যপ্ৰাণী,গড়ৰ মৃতদেহো ভাহিছে

Philippines flood :

ফিলিপাইনছত যোৱা শুক্ৰবাৰৰ পৰা অব্যাহত থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত হোৱা বানপানী আৰু ভুতৰ ওপৰত দানহ পৰাৰ দৰে ভূমিস্খলনত মৃত্যু হৈছে প্ৰায় ৯৮ জনকৈ লোক ৷

ADVERTISEMENT

নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ ৫৮ গৰাকী লোক চিনাক্ত হোৱাৰ বিপৰীতে ৪০ গৰাকী লোক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। আনহাতে ৬৯ জন লোক আহত হোৱাৰ লগতে ৬৩ জন লোক এতিয়ালৈ নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।

দেশখনৰ অস্বাভাৱিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মাগুইণ্ডানাও, নভেলটা,দক্ষিণ দ্বীপ মিন্দানাও সহ কেইবাখনো প্ৰদেশত প্ৰলংকাৰী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ আবাসী আৰু ব্যৱসায়িক অঞ্চল সমূহত এবুকু পৰ্যন্ত পানী ৷ উল্লেখযোগ্য যে ১৭টা অঞ্চলৰ ৩১,৯৪২ খন গাঁৱৰ ১,৮১২,৭৪০ জন লোকৰ ৫ লাখ ৭৫ হাজাৰ ৭২৮ টা পৰিয়াল ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ৷

ফিলিপাইনৰ উপকূলৰক্ষী বাহিনীয়ে ফেচবুকত ফটো পোষ্ট কৰিছিল ৷য’ত দেখা গৈছিল যে ইয়াৰ কৰ্মচাৰীসকল মিন্দানাওৰ মাগুইন্দানাও ডেল নৰ্টপ্ৰদেশৰ বিধ্বস্ত কুচিয়াং গাঁৱত আছে তাত ডাঠ বোকা আৰু পানীৰ মাজেৰে উপঙি আছে মৃতদেহবোৰ ৷ মৃতদেহৰ সন্ধানত দীঘল কাঠৰ টুকুৰা ব্যৱহাৰ কৰিছে সেনাই।
ফিলিপাইনছ সেনা বাহিনী আৰু দুৰ্যোগ প্ৰশমন বিভাগে তৎপৰতাৰে বানত আৱদ্ধসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷

ৰাজধানী মানিলাৰ দক্ষিণে থকা নভেলেটা পৌৰসভাৰ অন্তৰ্গত আৱাসীসকলে তেওঁলোকৰ আচবাব আৰু অন্যান্য সামগ্ৰী সমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে বাসগৃহত আৱদ্ধ পানী উলিওৱাত ব্যস্ত হয় ৷

৫৫ বছৰীয়া জোচেলিটো ইলানোৱে কয়, “মোৰ গোটেই জীৱনটোত আমি প্ৰথমবাৰৰ বাবে এনে ধৰণৰ বানপানীৰ অভিজ্ঞতা লাভ কৰিছো,” মোৰ গোটেই ঘৰটোত এককাল পৰ্যন্ত পানীয়ে প্লাৱিত কৰে। আনহাতে ৭১ বছৰীয়া পাৰফিডিয়া চেগুয়েণ্ডিয়া আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ চুবুৰীয়াৰ দুমহলীয়া ঘৰলৈ পলাই যোৱাৰ সময়ত তেওঁলোকে পিন্ধি থকা কাপোৰৰ বাহিৰে তেওঁলোকৰ সকলো সামগ্ৰী হেৰুৱাইছিল। “সকলো বোৰ প্লাৱিত হৈছিল – আমাৰ ফ্ৰিজ, ৱাছিং মেচিন, মটৰচাইকেল, টিভি ৷ আমি একো বচাব পৰা নাছিলো, কেৱল আমাৰ জীৱন বচাই ছিলো।”

ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছে সোমবাৰে নভেলেটাকে ধৰি কিছুমান বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি স্থানীয় প্ৰাদেশিক চৰকাৰৰ সমুহক পীড়িতসকলক পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী আৰু খোৱা পানী বটল বিতৰণৰ নিৰ্দেশ দিয়ে ৷

ৰাষ্ট্ৰপতি মাৰ্কোছে কৈছিল যে নভেলেটাত প্ৰাৰম্ভিক স্থানান্তৰে জীৱন ৰক্ষা কৰিছিল। তেওঁ কয়, “যদিও দুৰ্যোগটো যথেষ্ট আছিল, হতাহতৰ সংখ্যা সিমান বেছি নাছিল, যদিও আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হৈছে।” ইপিনে বতৰ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে পৃথিৱীখন গৰম হোৱাৰ লগে লগে মাৰাত্মক আৰু ধ্বংসাত্মক ধুমুহা অধিক শক্তিশালী হৈ উঠিছে।

আনপিনে ফিলিপাইনছ বিমান পৰিবহণ বিভাগে বহু বিমান সেৱা বেয়া বতৰৰ বাবে বাতিল কৰিছে৷ইযাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী আৱদ্ধ হৈ পৰিছে মানিলা বিমান বন্দৰত ।

উল্লেখ্য বুধবাৰৰ পৰা ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহাই ফিলিপাইনছৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলবোৰত বেয়াকৈ প্ৰভাৱিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে দেশখনৰ বতৰ বিজ্ঞান বিভাগে ।

মনকৰিবলগীয়া যে বিগত বছৰবোৰত ফিলিপাইনছত ধুমুহাৰ ফলত সৃষ্টি হোৱা আটাইতকৈ ভয়ংকৰ বিপদবোৰৰ ভিতৰত ভূমিস্খলন আৰু আকস্মিক বানপানী মুখ্যতঃ বনাঞ্চলৰ পৰা উদ্ভৱ হৈছে বুলি ধাৰণা কৰিছে চৰকাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FloodPhilippines
publisher

publisher

Related Posts

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

September 3, 2026
লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ
Assam

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

September 3, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

September 3, 2026
আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে
International

জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d