Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ranganadi And Barapani Dam : মুষলধাৰ বৰষুণত ওফন্দি হৈ উঠা ৰঙানদীৰ প্ৰকল্পৰ পানী এৰিলে নিপকোৱে

এৰি দিয়া হৈছে কাৰ্বি-লাংপি বৰপানী জলবিদ্যুৎ প্ৰকল্পৰো অতিৰিক্ত পানী, আতংকিত নৈপৰীয়া ৰাইজ

publisher by publisher
October 26, 2022
in Assam, India, News
Reading Time: 1 min read
0
Ranganadi And Barapani Dam : মুষলধাৰ বৰষুণত ওফন্দি হৈ উঠা ৰঙানদীৰ প্ৰকল্পৰ পানী এৰিলে নিপকোৱে
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

বানপীড়িত নেপালত ৫১ জন লোকৰ মৃত্যু!

North Bengal Flood Situation:উত্তৰ বংগৰ দুৰ্যোগত বিপৰ্যস্ত বন্যপ্ৰাণী,গড়ৰ মৃতদেহো ভাহিছে

Ranganadi And Barapani Dam :

যোৱা কে’বাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৃষ্টিপাতৰ পৰিণতিত ওফন্দি উঠিছে অৰুণাচলৰ ইয়াজুলিৰ নিপকোৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী । যাৰ ফলত মঙলবাৰে কাহিলীপুৱাৰে পৰা ৰঙানদীৰ বুকুত থকা বান্ধটোৰ ৪ নম্বৰ গেটেৰে বিশাল পৰিমাণৰ অতিৰিক্ত পানী এৰি দিয়া হৈছে ।

ADVERTISEMENT

তাৰ পিছতে নৈপৰীয়া ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিপদসীমাৰ ওপৰেৰে বৈ থকা ৰঙানদীৰ জলপৃষ্ঠই ক্ষতি কৰিছে খাৰকাতি ফটাসুঁতি ঘাটত ৷ উল্লেখ্য যে নৈখনৰ ওপৰত ৰাইজে নিজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰা কাঠৰ দলংখনৰ এটা অংশ বুৰাই পেলাই নৈৰ বাঢ়নী পানীয়ে ৷

আনহাতে দুখনকৈ দলং ইতিমধ্যে উটুৱাই দিছে বাঢ়নী পানীয়ে ৷ যাৰফলস্বৰূপে যাতায়ত ব্যৱস্থা হৈ পৰিছে ব্যাহত ৷ মঙলবাৰে নিশাৰ পৰা বৰষুণ কমিছিল যদিও আজি পুৱাৰে পৰা দি থকা বৰষুণে পৰিস্থিতি অধিক জটিল কৰি তুলিছে ৷

নিপকোৱে ৰঙানদীৰ পানী পৰ্যায়ক্ৰমে এৰিছে যদিও মুলবান্ধৰ অতিৰিক্ত পানী পুনৰ এৰি দিয়াৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ জৰিয়তে জাননী জাৰি কৰাত নৈখনৰ দাঁতিকাষৰীয়া ৰাইজ শংকিত হৈ পৰিছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত ৰঙানদী ফেনে-ফুটুকাৰে বাঢ়িয়ে আছে সম্প্ৰতি ৷

একেদৰে কাৰ্বি আংলংতো হৈ থকা মুষলধাৰ বৰষুণৰ ফলত বৰপানী নদীৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে ৷ ইয়াৰ ফলত কাৰ্বি লাংপি বৰপানী জলবিদ্যুৎ প্ৰকল্প বান্ধৰ পানী উফন্দি উঠে ৷ যাৰফলস্বৰূপে অতিৰিক্ত পানীভাগ মঙলবাৰে পুৱাৰে পৰা চাৰিখনকৈ গেটেৰে এৰি দিয়াৰ পিছতে চাৰি ঘন্টাৰ ভিতৰতে নদীখন ফেনে-ফুটুকাৰে বাঢ়ি আহি কে’বাটাও মথাউৰিয়েদি পানী বাগৰি কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত ২০ খনকৈ নৈপৰীয়া গাঁও জলমগ্ন হৈ পৰে ৷

আনকি গাঁওসমূহৰ ধাননি পথাৰ প্লাৱিত হৈ পৰিছে ৷ মাধৱপাৰাৰ শ্ৰী মাধৱথানৰ সন্মুখেদি জুৰিৰপাৰলৈ যোৱা বৈঠালাংছ পকী পথটোৰ ওপৰেদি বৈছে পানী ৷ বৰপানী নদীৰ বাঢ়নি পানীয়ে ৰুদ্ৰমুৰ্তি ধাৰণ কৰাত ন ন অঞ্চল প্লাৱিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barapani DamFloodRanganadi
publisher

publisher

Related Posts

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d