Encounter In Udalguri :ওদালগুৰিত এনকাউন্টাৰ ,আৰক্ষীৰ গুলিত নিহত এজন দুৰ্ধৰ্ষ ডকাইত

আহত দুজনকৈ আৰক্ষীৰ লোক

WhatsApp Image 2023 02 24 at 13.32.31

Encounter In Udalguri :

ওদালগুৰিত এনকাউন্টাৰ। আৰক্ষীৰ গুলিত নিহত এজন দুৰ্ধৰ্ষ ডকাইত। আহত দুজনকৈ আৰক্ষীৰ লোক ।

 আজি কাহিলীপুৱাতে ওদালগুৰিৰ দৈফাঙৰ মাথী দৈমাৰী নামৰ এজন লোকৰ ঘৰত ডকাইটি কৰিবলৈ সোমাইছিল এটা দুৰ্ধৰ্ষ ডকাইত ৷ ইতিমধ্যে ডকাইত অহাৰ সম্ভেদ পাই সেই স্থানত উপস্থিত হয় আৰক্ষী ৷

আৰক্ষীক দেখি ডকাইতটোৱে গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী কৰাত থিতাতে নিহত হয় দুৰ্ধৰ্ষ ডকাইতটো ৷ ঘটনাটোত দুজনকৈ আৰক্ষীৰ লেকো কিছু পৰিমানে আহত হয়।

ডকাইতটোৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে। ডকাইতটোক ওৰাঙৰ কেনাৰাম বড়ো বুলি জানিব পৰা গৈছে ।

আনহাতে আহত আৰক্ষী দুজনক ওদালগুৰি হস্পিতালত ভৰ্তি কৰা হয়।

Exit mobile version