Guwahati Double Murder Case :
দেশ কপাই যোৱা মহানগৰীৰ নুনমাটিৰ ডাৰ্বল মাডাৰৰ মুল অভিযুক্ত বন্দনা কলিতাক হাজিৰ কৰালে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত ৷
একেদৰে হাজিৰ কৰালে আন দুই অভিযুক্ত অৰূপ আৰু ধনটিকো ৷
তিনিওকে আৰক্ষীয়ে আকৌ জিন্মাত লোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে ক্ষীপ্ৰতাৰে চলিছে লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্ত ৷
উল্লেখ্য যে,বৰ্বৰ হত্যাকাণ্ড পাছতে আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট অংশ বিছাৰি মেঘালয়ত অভিযান চলাই কিছু অংশ উদ্ধাৰ হৈছিল যদিও অমৰজ্যোতি আৰু শংকৰী দে’ৰ মুণ্ড উদ্ধাৰ হোৱা নাই ৷ ৷