Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Double Murder Case : শংকাত ভুগিছে যোগমায়াৰ আৱাসী , নিশা হঠাৎ বাজি উঠে কলিং বেল

publisher by publisher
February 25, 2023
in Assam, News
Reading Time: 2 mins read
0
Guwahati Double Murder Case : শংকাত ভুগিছে যোগমায়াৰ আৱাসী , নিশা হঠাৎ বাজি উঠে কলিং বেল
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Guwahati Double Murder Case :

হঠাৎ যেন সংকট নামি আহিল মহানগৰীৰ চিৰিয়াখানা পথৰ ‘যোগমায়া’ এপার্টমেণ্টৰ আৱাসীসকলৰ মাজলৈ৷ প্ৰতিমূহূর্ততে এক অজান ভয়ে যেন সকলোকে খেদি ফুৰে। উক্ত এপার্টমেণ্টৰে আৱাসী শংকৰী দে (৬২)ৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা সাতমাহৰ পাছত পোহৰলৈ অহাৰ পাছতে তিনিমহলীয়া এপার্টমেণ্টটোৰ আৱাসীসকল আতংকিত হৈ পৰিছে।

ADVERTISEMENT

এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে এতিয়া দিনৰ পোহৰতে কোঠাৰ বাহিৰত খোজ দিবলৈ তেওঁলোকে এশবাৰ চিন্তা কৰিবলগীয়া হৈছে। বিশেষকৈ এই ঘটনা পোহৰলৈ অহাৰ পাছতে এপার্টমেণ্টটোত কেতবোৰ ভৌতিক কাণ্ড কাৰখানাও সংঘটিত হোৱা যেন অনুভৱ কৰিবলৈ লৈছে আতংকিত আৱাসীসকলে।

উল্লেখ্য যে চান্দমাৰি আৰক্ষী থানাৰ অন্তৰ্গত চিৰিয়াখানা পথৰ চিত্ৰবন উপ-পথৰ গৃহ নম্বৰ ছয় অর্থাৎ যোগমায়া এনক্লেভৰ ‘বি-২’ ফ্লেটৰ আৱাসী আছিল প্রয়াত শংকৰী দে।

তাতেই সাতমাহৰ পূৰ্বে বোৱাৰীয়েক বন্দনা কলিতাই বন্ধুৰ সহযোগত তেওঁক নৃশংসভাৱে হত্যা কৰিছিল। বিগত সাতটা মাহে শংকৰী দে নিৰুদ্দেশ হৈ থকাত আন আৱাসীসকলে কোনো অস্বাভাৱিকতা অনুভৱ কৰা নাছিল।

এতিয়া উক্ত হত্যাকাণ্ডৰ কথা সদৰী হোৱাৰ পাছতে আৱাসীসকলক নানা ধৰণৰ দুশ্চিন্তাই গ্ৰাস কৰিছে। নিশা হ’লেই যেন কলিং বেল বাজি উঠা, দুৱাৰত কোনোবাই যেন টোকৰ মৰা আদি অনুভৱবোৰে সম্প্ৰতি তেওঁলোকক উজাগৰী নিশা কটাবলৈ বাধ্য কৰিছে।

যাৰ বাবে আৱাসীসকলে শংকৰী দেৰ আত্মাৰ শান্তিৰ বাবে পূজাৰ আয়োজন কৰাৰো প্ৰস্তুতি চলাইছে। কিয়নো সকলোৰে মনত শংকৰী দেৰ অতৃপ্ত আত্মাই যেন এপার্টমেণ্টটোৰ পৰা আঁতৰি নোযোৱাৰ ধাৰণাটো ক্ৰমাৎ গাঢ় হৈছে।

উল্লেখ্য যে কমাৰ্চ কলেজৰ সমীপৰ আণ্টি দোকানৰ সন্মুখৰ চিত্ৰবন নামৰ নিজান পথেৰে গৈ শেষৰ গৃহ নম্বৰ ছয়ৰ চৌহদতে সংঘটিত হৈছিল শংকৰী দেৰ নৃশংস হত্যাকাণ্ড।

চৌহদটোত দুটাকৈ এপার্টমেণ্ট আছে আৰু ইয়াৰ ‘যোগমায়া এনক্লেভ’ নামৰ এপার্টমেণ্টটোৰ তৃতীয় তথা ওপৰ মহলাৰ এটা ফ্লেটতে বাস কৰিছিল শংকৰী দেয়ে। যোগমায়া এনক্লেভত ছটাকৈ ফ্লেট আছে আৰু ইয়াৰে এটা ফ্লেট ছাত্ৰীৱাস হিচাপে ব্যৱহৃত হৈ আছে।

শংকৰী দেৰ ফ্লেটৰ দুৱাৰৰ মুখামুখীকৈ আন এটা ফ্লেটত এজন ব্যৱসায়ীৰ পৰিয়ালে বসবাস কৰে। অৰ্থাৎ প্ৰতিটো মহলাতে দুটাকৈ ফ্লেট আৰু ইয়াৰে দ্বিতীয় মহলাত থকা ছাত্ৰীৱাসত মাজে মাজে হঠাৎ দুৱাৰত টোকৰ আৰু কলিং বেল বাজি উঠে বুলি আৱাসীসকলে প্রতিবেশীৰ আগত ইতিমধ্যে সদৰী কৰিছে।

সমান্তৰালভাৱে এই ঘটনা পোহৰলৈ অহাৰ পাছতে সন্ধিয়াৰ পৰাই সমগ্ৰ চৌহদটো একে নির্জনতাই বিৰাজ কৰিবলৈ লৈছে। বিশেষ প্রয়োজন নহ’লে কোনো আৱাসীয়েই সন্ধিয়াৰ পাছত ফ্লেটৰ বাহিৰ নোহোৱা হৈছে।

যাৰ বাবে এতিয়া প্রতিবেশী লোকসকলৰ মাজতো এক অজান ভয়ে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। এপার্টমেণ্টটোৰ সমীপৰ ঠাইখিনিও যেন ক্ৰমে জয়াল হৈ পৰিছে। এই নৃশংস হত্যাকাণ্ড পোহৰলৈ অহাৰ পাছতে পৰিয়ালসমূহে ভয়-আতংকৰ মাজেৰে দিন অতিবাহিত কৰিছিল বুলি মন্তব্য কৰি নাম প্রকাশত অনিচ্ছুক এজন আৱাসীয়ে কয়, ‘যিটো ঘটনা সংঘটিত হৈছে শুনিলেই ভয় লাগে।

তাতে নিজৰ চৌহদতে যেতিয়া সংঘটিত হৈছে আমাৰ কি অৱস্থা হৈছে অনুধাৱন কৰক। সেয়ে আমি আৱাসীসকলে ভাবিছো শীঘ্ৰে এখন পূজা অনুষ্ঠিত কৰা, যাতে তেওঁৰ আত্মাই শান্তি লাভ কৰে।’ উল্লেখ্য যে ২০২২ৰ ২৬ জুলাইত বোৱাৰী বন্দনা আৰু তেওঁৰ সহপাঠী অৰূপ ডেকাই বিয়লি যোগমায়া এনক্লেভৰ বি-২ ফ্লেটত তথা শংকৰী দেৰ ফ্লেটত উপস্থিত হৈছিল আৰু প্ৰায় পাঁচ বজাত এখন ছোফাত বহি থকা অৱস্থাত বৃদ্ধাক মুখত গাৰুৰে সোপা দি হত্যা কৰিছিল।

গাৰুৰ সোপাত উশাহ-নিশাহ বন্ধ হৈ পৰা শংকৰী দেয়ে যেতিয়া ছটফটাই আছিল, তেতিয়া অৰূপে ভৰি দুখনত ধৰি সহযোগ কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত মৃতদেহটো বাথৰূমলৈ লৈ যোৱা হৈছিল আৰু বাথৰূমৰ ভিতৰৰ মজিয়াত এখন বেলনা পাৰি তাত মূৰটো পাতি ৩৫০ টকাত ক্ৰয় কৰা এখন ‘দা’ৰে প্ৰহাৰ কৰিছিল।

এই প্ৰহাৰত মূৰটো শৰীৰৰ পৰা বিচ্ছিন্ন হোৱাৰ লগতে হাত দুখনো কাটি দেহৰ পৰা বিভক্ত কৰা হৈছিল। ইয়াৰ পাছতে ধনটি ডেকাই লৈ অহা পলিথিনত তিনিটা খণ্ডত বিভক্ত দেহটো বান্ধি ওপৰত কম্বলেৰে মেৰিয়াই দিয়া হৈছিল।

পাছদিন অর্থাৎ ১৮ আগষ্টৰ পুৱতি নিশা বাথৰূমৰ পৰা মৃতদেহটো ধনটিৰ বাহনত উঠোৱা হৈছিল আৰু মেঘালয়ৰ চেৰাপুঞ্জীৰ পথৰ দ’ খাৱৈত পেলাই দিয়া হৈছিল।

উল্লেখ্য যে একমাত্ৰ পুত্ৰ অমৰজ্যোতি দেৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈয়ে নাৰেংগীৰ ‘অমৰাৱতী’ এপার্টমেণ্ট এৰি যোগমায়াত অকলশৰে বসবাস কৰি আহিছিল শংকৰীয়ে। দীর্ঘসময়ৰ কাৰণে নহ’লেও মাজে মাজে যোগমায়াত শংকৰীৰ সহযোগী আছিল একমাত্র পুত্ৰৰ বোৱাৰী বন্দনা।

শাহু-বোৱাৰীৰ মাজত গঢ় লৈ উঠা মধুৰ সম্পৰ্ক আৰু বিশ্বাস আৱাসীসকলেও প্রত্যক্ষ কৰিছিল। ২০২২ৰ আগষ্টৰ পৰা শংকৰী দেক আৱাসীসকলে প্রত্যক্ষ কৰা নাছিল যদিও বন্দনাক কেতিয়াবা কোঠালৈ অহা-যোৱা কৰা প্রত্যক্ষ কৰিছিল।

ভ্ৰমণ কৰি ভাল পোৱা শংকৰী দেয়ে কোনো স্থান ভ্ৰমণ কৰিবলৈ যোৱা বুলি ভাবিছিল যোগমায়াৰ আৱাসীসকলে; কিন্তু হঠাৎ অহা সেই দেশ জোঁকাৰি যোৱা খবৰটো তেওঁলোকৰ সপোনৰো অগোচৰ আছিল।

গাৰ নোম শিয়ৰি উঠা এই ঘটনা পোহৰলৈ অহাৰ পাছৰে পৰা এতিয়া আৱাসীসকলক অজান ভয়ে প্রতিমুহূর্ততে খেদি ফুৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Double Murder CaseGuwahati
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d