Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Double Murder Case : হত্যাকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই যদিও তিনি অভিযুক্তই তদন্তত আগবঢ়াইছে সহযোগিতা : ক’লে আৰক্ষী আয়ুক্তই

publisher by publisher
February 23, 2023
in Assam, News
Reading Time: 2 mins read
0
Guwahati Double Murder Case :নুনমাটিৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Double Murder Case:মহানগৰীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ কাণ্ড

Guwahati Double Murder Case Update : মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা সহ অৰূপ আৰু ধনটিক পুৱাই অনা হ’ল জি এম চি এইছলৈ

Guwahati Double Murder Case :আদালতত হাজিৰ কৰালে ডাৰ্বল মাৰ্ডাৰৰ মুল অভিযুক্তক

Guwahati Double Murder Case :

মহানগৰীৰ শংকৰী দে (৬২) আৰু অমৰজ্যোতি দে (৩৪)ৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা (৩২)ক বুধবাৰে পুনৰ ছদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।

ADVERTISEMENT

নুনমাটি আৰক্ষীয়ে ৪৮০/২০২২ নম্বৰ গোচৰত যোৱা ১৮ ফেব্ৰুৱাৰীত বন্দনাক গ্ৰেপ্তাৰ কৰাৰ পাছত চাৰিদিনৰ জিম্মাত গ্ৰহণ কৰিছিল।

বুধবাৰে জিম্মা শেষ হোৱাত বন্দনাক আদালতত হাজিৰ কৰে আৰু আদালতে তেওঁক পুনৰ ছদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

সমান্তৰালভাৱে এই হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধনটি ডেকা (৩২) আৰু অৰূপ ডেকা (২৭) ইতিমধ্যে সাতদিনৰ আৰক্ষী জিম্মাত আছে।

উল্লেখ্য যে শাহু শংকৰী দে আৰু স্বামী অমৰজ্যোতিক বন্দনাই কি কাৰণত হত্যা কৰিছিল এতিয়াও স্পষ্ট হোৱা নাই যদিও স্বামীৰ আতিশয্য আৰু সম্পত্তিৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অৱকাশ আছে বুলি ইতিমধ্যে আৰক্ষীয়ে সদৰী কৰিছে।

তাৰ মাজতে বুধবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই তিনি অভিযুক্তই তদন্তত আৰক্ষীক সহযোগিতা কৰা বুলি সদৰী কৰি কয় যে মেঘালয়ত আৰক্ষীয়ে চলোৱা অভিযানত অমৰজ্যোতিৰ শৰীৰৰ কিছু অংশ উদ্ধাৰ কৰা হৈছে।

দুয়োটা মৃতদেহৰ বহু অংগ এতিয়াও উদ্ধাৰ হ’বলৈ বাকী আছে বুলি তেওঁ উল্লেখ কৰি হত্যাকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি কয়।

উল্লেখ্য যে ২০২২ৰ ২৬ জুলাইত চান্দমাৰিৰ যোগমায়া এপার্টমেণ্টৰ স্বত্বাধিকাৰী তথা শাহু শংকৰী দেক ধৃত দুই সহযোগীসহ বন্দনাই নৃশংসভাৱে হত্যা কৰি মৃতদেহটো তিনিটা খণ্ডত বিভক্ত কৰি ২৭ জুলাইত মেঘালয়ৰ চেৰাপুঞ্জীৰ পথৰ পৰা দ খাৱৈত পেলাই দিছিল।

একেদৰে ১৭ আগষ্টত নাৰেংগীৰ অমৰাৱতী এপার্টমেণ্টৰ গৰাকী তথা স্বামী অমৰজ্যোতি দেক উল্লিখিত দুই অভিযুক্তক লগত লৈ বন্দনাই নৃশংসভাৱে হত্যা কৰি মৃতদেহটো পাঁচটা খণ্ডত বিভক্ত কৰি মেঘালয়ৰ ডাউকী পথৰ পৰা দ খাৱৈলৈ পেলাই দিছিল।

ইয়াৰ পাছতে ধৃত বন্দনাই স্বামী আৰু শাহু নিৰুদ্দেশ হোৱা বুলি এক নাটক ৰচনা কৰি ২৯ আগষ্টত নুনমাটি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল৷ সমান্তৰালভাৱে শংকৰী দেৰ জ্যেষ্ঠ ভ্রাতৃ পুত্ৰ তথা ভতিজা নির্মাল্য দেয়ে পেহীয়েক অপহৰণ হোৱা বুলি ২১ নৱেম্বৰত নুনমাটি থানাত অভিযোগ দাখিল কৰিছিল।

এই দুয়োটা গোচৰত আৰক্ষীয়ে কোনো ক্লু লাভ নকৰাৰ ফলত বিষয়টো পৰি ৰৈছিল যদিও যোৱা ১৪ ফেব্ৰুৱাৰীত শাহু-স্বামীৰ সন্ধান বিচাৰি বন্দনাই আৰক্ষী আয়ুক্ত আৰু পেহীয়েকৰ সন্ধান বিচাৰি নিৰ্মাল্যই চি আই ডিৰ কাষ চাপে।

এই দুয়োটা বিষয়ক গুৰুত্বসহকাৰে লৈ আৰক্ষী আয়ুক্ত বৰাই বিষয়টো তদন্ত আৰম্ভ কৰাৰ পাছতে এই দেশ জোঁকাৰি যোৱা ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে আৰক্ষীয়ে ইতিমধ্যে শংকৰী দেৰ লগতে অমৰজ্যোতিৰ দেহৰ কিছু অংগ মেঘালয়ৰ দ খাৱৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সম্প্ৰতি ফৰেনচিকে ইয়াৰ অনুসন্ধান অব্যাহত ৰাখিছে।

ইফালে, এই ঘটনাৰ উৎস বিচাৰি বুধবাৰে নাৰেংগীৰ অমৰাৱতী এপার্টমেণ্ট ফৰেনচিকৰ এটা দল উপস্থিত হৈ সমগ্ৰ অট্টালিকাটো তন্নতন্নকৈ পৰীক্ষা কৰে উক্ত স্থানৰ পৰা দলটোৱে কিছু আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়
উল্লেখ্য যে ফৰেনচিকৰ দলটোৰ অভিযানৰ সময়ত এপার্টমেণ্টটোৰ এজনো ভাড়াতীয়া উপস্থিত নাছিল।

দলটোৱে সোধপোছ কৰাত যোৱা পাঁচদিন ধৰি ভাড়াতীয়াজন কোঠালৈ অহা নাই বুলি তথ্য লাভ কৰে। যদিওঁ আজি ডাউন টাউন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ভাড়াতীয়া ছাত্ৰজনৰ সন্ধান লাভ কৰে আৰক্ষীয়ে ।

আনহাতে, বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ চৌহদত উদ্ধাৰ হোৱা অমৰজ্যোতি দেৰ শৰীৰৰ অংগৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়।

উল্লেখ্য যে এই হত্যাকাণ্ডৰ তদন্ত যিমানে আগবাঢ়ি গৈছে সিমানে ন ন তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে ধৃত তিনি অভিযুক্তক লৈ শংকৰী দে আৰু অমৰজ্যোতি দেৰ উদ্ধাৰ নোহোৱা শৰীৰৰ অংগ বিচাৰি পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে।

ৰাইজৰ ৰোষত বন্দনা কলিতাৰ মাতৃ

স্বামী-শাহুক হত্যা কৰি আৰক্ষীৰ জিম্মাত থকা বন্দনা কলিতাৰ মাতৃ সম্প্রতি ৰাইজৰ ৰোষত পৰিছে। উল্লেখ্য যে বন্দনাৰ মাতৃ অহল্যা ডেকা কলিতা পানীখাইতি বেঙেনাবাৰীস্থিত ২৮ নম্বৰ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী হিচাপে নিয়োজিত।

কন্যাৰ এই ঘটনা পোহৰলৈ অহাৰ পাছতো কৰ্তব্যস্থলীলৈ অহা-যোৱা কৰি আছিল যদিও মঙলবাৰৰ পৰা কৰ্তব্যত উপস্থিত নাই।

ফলত বুধবাৰে এমাহৰ মূৰত কেন্দ্ৰটোত আয়োজিত শিশু চিকিৎসা শিবিৰত অহল্যা উপস্থিত নোহোৱাৰ পাছতে অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। সমান্তৰালভাৱে বন্দনাৰ মাতৃক শীঘ্ৰে কৰ্তব্যৰ পৰা অব্যাহতি দিবলৈও অঞ্চলবাসীয়ে আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati Double Murder Case
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d