Zubeen Garg :
বিতৰ্কত থাকি যেন ভাল পাই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ।পুনৰ বিতৰ্কত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ।
এইবাৰ গান নোগোৱাকৈয়ে মঞ্চ এৰিলে জুবিন গাৰ্গে ।
শিৱসাগৰত গীত পৰিৱেশন কৰিবলৈ মঞ্চত উঠি ‘আজি মোৰ গান গাবলৈ মন নাই বুলিয়ে মঞ্চৰ পৰা নামিল জুবিন গাৰ্গ।
জনপ্ৰিয় গায়কজনৰ গীত উপভোগ কৰিবলৈ নোপোৱাত ক্ষোভ উজাৰিছে শিৱসাগৰবাসীয়ে।